ৰাষ্ট্ৰীয়

January 1, 2025 3:26 PM

views 39

উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰাৰ বাবে সেউজ সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত হৈছে প্ৰতিভাৰ শক্তিকেন্দ্ৰ, যিয়ে উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰে। এই ক্ষেত্ৰত তেওঁ সেউজ সেনাৰ উদাহৰণ ডাঙি ধৰি তেওঁলোকৰ অনুপ্ৰেৰণাদায়ক কাম কাজমসূহৰ প্ৰশংসা কৰে। সেউজ সেনা হৈছে বাৰানসীৰ দেওৰাৰ মহিলাৰ এটা গোট, যিয়ে মাদকদ্রব্য আৰু জু...

January 1, 2025 2:11 PM

views 34

দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা: ডº জীতেন্দ্ৰ সিঙ

দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হৈ ৮৪০ কোটি ডলাৰৰ পৰা ৪ হাজাৰ ৪০০ কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় পাৰমানৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্রী ডº জীতেন্দ্ৰ সিঙে এই সম্ভাৱনা ব্যক্ত কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ন...

January 1, 2025 2:04 PM

views 34

যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি

কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্রযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি কৰিছে। বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ বাবে অপাৰ সুযোগৰ নতুন পথ মুকলি কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মোদী চৰকাৰৰ তৃতীয়ট...

January 1, 2025 1:51 PM

views 24

ইংৰাজী নৱবৰ্ষ উপলক্ষে সমূহ দেশবাসীলৈ উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ৰ শুভেচ্ছা জ্ঞাপন

উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ে ইংৰাজী নৱবৰ্ষ উপলক্ষে সমূহ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক সংকল্প, গণতান্ত্রিক প্ৰমূল্যবোধ আৰু ৰাষ্ট্ৰ প্ৰথম নীতিৰে আগবাঢ়ি দেশৰ বিকাশত অৰিহণা আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ২০৪৭ৰ বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত সংবিধান...

January 1, 2025 1:49 PM

views 21

আনন্দ-উৎসাহেৰে দেশৰ সমূহ জনসাধাৰণৰ ইংৰাজী নতুন বৰ্ষক আদৰণি

ইংৰাজী নতুন বছৰ ২০২৫ আৰম্ভ হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে যোৱা মাজনিশা ঘড়ীত ১২ বজাৰ লগে লগে ভাৰততো জনসাধাৰণে হৰ্যোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত শংখধবনি আৰু গীৰ্জাৰ ঘণ্টাৰে ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহু পৰলৈকে আতচবাজী আৰু জয়ধবনিৰে জনসাধাৰণে ইংৰাজী নতুন বছৰটোৰ প্ৰৱেশক উ...

December 31, 2024 6:50 PM

views 10

ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ’ব : কেন্দ্ৰ

কেন্দ্ৰীয় চৰকাৰে ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ'ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক ভিত্তীহীন আখ্যা দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এটা সূত্ৰই স্পষ্ট কৰি দিছে যে ডিজি যাত্রা সন্দৰ্ভত সম্প্ৰচাৰিত এনে প্রতিবেদন ভুৱা আৰু ভিত্তিহীন। মন্ত্ৰালয়ে লগতে আয়কৰ বি...

December 31, 2024 6:34 PM

views 12

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক কার্যকলাপ বৃদ্ধি

দিল্লী বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে দিল্লীত ৰাজনৈতিক কার্যকলাপ ক্রমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দিল্লী বিজেপিয়ে আম আদমী পাৰ্টী চৰকাৰক লক্ষ্য হিচাপে লৈ ঠায়ে ঠায়ে পোষ্টাৰ লগাই শাসকীয় দলটোক সমালোচনা কৰিছে। দিল্লী বিজেপি কাৰ্যালয়ৰ আশে-পাশে লগোৱা এনে পোষ্টাৰত ৰাজধানী মহানগৰীখনক দুৰ...

December 31, 2024 6:31 PM

views 13

ৰাজধানী মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ১২ বাংলাদেশী অনুপ্ৰৱেশকাৰী আটক

দিল্লী আৰক্ষীয়ে ৰাজধানী মহানগৰীখনৰ বিভিন্ন ঠাইত অভিযান চলাই ১২ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে। দিল্লীৰ নিজামুদ্দিন, কালিন্দীকুঞ্জ, শ্বাহীনবাগ আৰু চৰিতাবিহাৰ অঞ্চলত চলোৱা এই অভিযানৰ বিষয়ে জানিবলৈ দি দিল্লী আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে কেউজন অনুপ্ৰৱেশকাৰীকে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। দ...

December 31, 2024 6:23 PM

views 16

কোৱাডৰ ২০ সংখ্যক বার্ষিকীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, যে কোৱাড ৰাষ্ট্ৰ গোষ্ঠীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ড০ জয়শংকৰে এইখণ্ডৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে কোৱাড ৰাষ্ট্ৰ গোষ্ঠী বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। কোৱাডৰ কুৰি সংখ্যক বার্ষিকী উপলক্ষে ...

December 31, 2024 1:31 PM

views 39

প্ৰচণ্ড তুষাৰপাতৰ ফলত ছিকিমৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ

ছিকিমত যোৱা কিছুদিনত প্ৰচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ হৈ পৰিছে। শেহতীয়াকৈ ছিকিম আৰক্ষী আৰু সীমান্ত পথ সংস্থাই যুটীয়াভাৱে অভিযান চলাই ৰাজ্যখনত আবদ্ধ হৈ থকা অসমৰ ছগৰাকী পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। পৰহি নিশা উত্তৰ ছিকিমৰ মংগন জিলাৰ লাছুঙৰ পৰা ১০ কিলোমিটাৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।