ৰাষ্ট্ৰীয়

January 2, 2025 4:22 PM

views 15

ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছেঃ প্রধানমন্ত্ৰী

ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্ক ব্যৱস্থা অর্থাৎ ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, যে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ই নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। বাণ...

January 2, 2025 4:10 PM

views 29

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীৰ শপত গ্ৰহণ সম্পন্ন

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীয়ে আজি শপত গ্ৰহণ কৰিছে। বিহাৰত নৱনিযুক্ত ৰাজ্যপাল আফি মহম্মদ খানে আজি ৰাজ্যখনৰ ৪২ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে বিনোদ চন্দ্ৰনে পাটনা ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপালগৰাকীক শপত গ্ৰহণ কৰোৱায়। এই অনুষ...

January 2, 2025 4:02 PM

views 23

মহাৰাষ্ট্ৰ চৰকাৰে মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবতীয়া আৰু মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে এইবিষয়ে প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে এনে পদক্ষেপসমূহে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰাৰ লগতে অধিক উন্নয়নৰ পথ মুকলি কৰ...

January 2, 2025 10:05 AM

views 22

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয়, যে উদ্ভিদ বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা অৱদান পৰৱৰ্ত্তী প্রজন্মৰ উদ্ভিদ বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে পাথেয় হৈ ৰ'ব। শ্রীমোদীয়ে লগতে কয় যে কেৰালাৰ ইতিহা...

January 2, 2025 10:00 AM

views 19

সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাসৰ বাবে চলোৱা প্ৰচেষ্টা অব্যাহত ভাৰতৰ

● ভাৰতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ সুফল দেখিবলৈ পোৱা গৈছে। শেহতীয়া তথ্য অনুসৰি ২০২০ চনত সেউজ গৃহ গেছৰ নিগমন পূৰ্বৰ বছৰৰ তুলনাত ৭.৯৩ শতাংশ হ্রাস পায়। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন কাৰ্যালয়ক অর্পণ কৰা তথ্য অনুসৰি ২০০৫ৰ পৰা ২০২০ চনলৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ক্ষেত্ৰত সেউজ গৃ...

January 2, 2025 9:58 AM

views 18

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দিল্লীত উপস্থিত হ’ব

ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে আজি আৰু কাইলৈ নতুন দিল্লীত হ'বলগীয়া ইৰাণ-ভাৰত ৰাজনৈতিক পৰামৰ্শৰ উনবিংশলানি আলোচনাত অংশ ল'ব। ভাৰত আৰু ইৰাণৰ মাজত প্ৰাচীন কালৰে পৰা ঐতিহাসিক সম্পর্ক আছে আৰু সাংস্কৃতিক তথা অর্থনৈ...

January 2, 2025 9:54 AM

views 26

দিল্লীত জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ ৭টা খণ্ডৰ গ্ৰন্থ উন্মোচন কৰা হব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত হ'বলগীয়া কিতাপ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ সাতটা খণ্ডৰ এই গ্ৰন্থখনিৰ জৰিয়তে জন্মু-কাশ্মী...

January 2, 2025 9:49 AM

views 33

দেশত যোৱা ডিচেম্বৰ মাহত ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ

ডিচেম্বৰত দেশত সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ ২০২৩ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৭.৩ শতাংশ বৃদ্ধি পাই ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা হয়। ২০২৩ চনৰ ডিচেম্বৰত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১ লাখ ৬৪ হাজাৰ কোটি টকা। ডিচেম্বৰত দেশত ৩২ হাজাৰ ৮৩৬ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি আৰু ৪০ হাজাৰ ৪৯৯ কোটি টকাৰ...

January 2, 2025 9:45 AM

views 30

কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

● বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তিনি-দিনীয়া ভ্রমণসূচীৰে সোমবাৰে কাৰ্টাৰত উপস্থিত হোৱা ড০ জয়শংকৰৰ এয়া এই বছৰৰ প্ৰথম কূটনৈতিক আলোচনা আছিল। ব...

January 2, 2025 9:36 AM

views 22

ভূপালৰ অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ

■ ভূপাল গেছ দুৰ্ঘটনাৰ ৪০ বছৰৰ পাছত যোৱা নিশা অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৩৭৭ টন বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিষাক্ত আৱৰ্জনাখিনি ১২টা বন্ধ কণ্টেইনাৰ ট্রাকেৰে ভূপালৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ পিঠমপুৰ ঔদ্যোগিক এলেকালৈ লৈ যোৱা হৈছে। আৱৰ্জনাখিনি লৈ যোৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।