ৰাষ্ট্ৰীয়

January 15, 2025 7:07 PM

views 8

গৃহমন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে বিমানযাত্ৰীসকলৰ বাবে দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা মুকলি কৰিব

আন্তর্জাতিক বিমানযাত্ৰীসকলৰ ইমিগ্ৰেশ্বন ব্যৱস্থা সূচল আৰু নিৰাপদ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, কোচিন আৰু আহমেদাবাদ বিমানবন্দৰত মুকলি কৰিব । গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই...

January 15, 2025 6:40 PM

views 19

নতুন দিল্লীত কংগ্ৰেছ দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধন

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে আজি নতুন দিল্লীত দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধন কৰে। অনুষ্ঠানত লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, সাংসদ প্রিয়ংকা গান্ধী ভাদ্রা, দলৰ মুখ্য সচিব কে চি বেণুগোপালকে ধৰি অন্য শীর্ষ নেতাসকল উপস্থিত থাক...

January 15, 2025 6:34 PM

views 27

৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে জেনেৰেল অনিল চৌহানৰ সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা

Chief of Defence staff জেনেৰেল অনিল চৌহানে ৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুৰববীগৰাকীয়ে এটা বৰ্তাত কয়, যে এই দিনটোৱে সেনা বাহিনীৰ অদম্য সাহস, কর্তব্য নিষ্ঠা আৰু পেছাদাৰিত্বক উদ্‌যাপন কৰে। তেওঁ লগতে কয়, যে দেশৰ নিৰাপত্তা আৰু একতাৰ ক্ষেত্ৰত স...

January 15, 2025 6:30 PM

views 18

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে দেশজুৰি স্থল সেনা দিৱস পালন

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা সর্বোচ্চ ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে আজি দেশজুৰি স্থল সেনা দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কর্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ...

January 15, 2025 6:25 PM

views 22

মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ দেশৰ প্ৰতিৰক্ষা বাহিনীত অন্তর্ভুক্ত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ ক্রমে আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰক নৌসেনা বাহিনীত অন্তর্ভুক্ত কৰে। এই জাহাজকেইখনৰ অন্তর্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যমক গতি প্রদান ক...

January 15, 2025 6:22 PM

views 21

মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ দেশৰ প্ৰতিৰক্ষা বাহিনীত অন্তর্ভুক্ত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ ক্রমে আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰক নৌসেনা বাহিনীত অন্তর্ভুক্ত কৰে। এই জাহাজকেইখনৰ অন্তর্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যমক গতি প্রদান ক...

January 15, 2025 10:47 AM

views 18

যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচি ছাবমেৰিন ৰাষ্ট্ৰৰ নামত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উৎসৰ্গা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত দুখন যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচিৰ নামৰ এখন ছাবমেৰিন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। পোনপ্ৰথমবাৰৰ বাবে এইবাৰ ভাৰতীয় নৌসেনা বাহিনীত একেলগে তিনিখন উচ্চ প্রযুক্তিসম্পন্ন বাহন অন্তৰ্ভুক্ত কৰা হৈছে। সামুদ্ৰিক নিৰাপত্তা আৰু প...

January 15, 2025 10:34 AM

views 61

ভাষাৰ অনুবাদ মঞ্চ ভাসিনীৰ জৰিয়তে মহাকুম্ভত ১১টা ভাষাত অনুবাদৰ ব্যৱস্থা

প্ৰয়াগৰাজত মহাকুম্ভ মেলা অব্যাহত আছে। কালি মকৰ সংক্ৰান্তিৰ অমৃতস্নান উপলক্ষে তিনি কোটি পঞ্চাশ লাখৰো অধিক ভক্ত আৰু তীর্থযাত্ৰীয়ে ত্রিবেণী সংগমত পবিত্র স্নান কৰে। আমাৰ সংবাদদাতাই জনাইছে যে বহুভাষিক সুলভতাৰ বাবে ভাসিনী মঞ্চৰ জৰিয়তে বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে মহা কুম্ভত প্রযুক্তিগত সহ...

January 15, 2025 10:31 AM

views 20

ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে ঔদ্যোগিক বৈঠক অনুষ্ঠিত

বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে কালি ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে এখন ঔদ্যোগিক বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ভাষণ দি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনে কয়, যে এই বৈঠক উদ্যোগমুখী গৱেষণা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিকশিত প্ৰযুক্তিৰ ব...

January 15, 2025 10:18 AM

views 16

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণত ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ নাম পঞ্জীয়ন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে এই বছৰ অভিলেখ সংখ্যক ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে। নাম পঞ্জীয়ন কৰা সকলৰ ভিতৰত একাংশ বিদেশী শিক্ষার্থীও আছে আৰু ইয়াৰ ফলত এই কাৰ্যসূচীৰ গৰিমা বৃদ্ধি পাইছে। পৰীক্ষা পে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।