January 17, 2025 10:21 AM
16
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এইবাৰৰ নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে মুঠ ৮৪১ খন মনোনয়ন পত্র দাখিল কৰা হৈছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে সোমবাৰলৈকে মনোনয়ন প্ৰত্যাহ্বাৰ কৰিব পাৰিব। দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ...