ৰাষ্ট্ৰীয়

January 15, 2025 10:06 AM

views 31

দেশজুৰি সেনা বাহিনী দিৱস পালন

সেনা বাহিনীৰ লোকসকলে দেশৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ বাবে আজি দেশজুৰি সেনা বাহিনী দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কৰ্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ...

January 14, 2025 8:50 PM

views 16

প্ৰাক্তন সৈনিকসকলক দেশৰ গৌৰৱ বুলি প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠৰ উল্লেখ

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে ১৯৭১ চনৰ যুদ্ধত সেৱা আগবঢ়োৱা প্ৰাক্তন সৈনিকসকলক দেশৰ সশস্ত্র বাহিনীৰ শক্তি বুলি অভিহিত কৰিছে। সশস্ত্র বাহিনীৰ নৱম প্ৰাক্তন সৈনিক দিৱস উপলক্ষে আজি মুম্বাইৰ গৌৰৱ স্তম্ভ পুস্পার্ঘ্য নিবেদন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰাক্তন সৈনিকসকলক দেশৰ গৌৰৱ বুলি উল্লে...

January 14, 2025 8:40 PM

views 23

ফলপ্রসূ শাসন ব্যৱস্থাত নীতিগত সিদ্ধান্তৰ বাবে পৰিমাণ সংখ্যাগত সঁজুলি আৰু পৰিমাণগত কৌশলৰ ভূমিকা থকাৰ কথা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উল্লেখ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ফলপ্রসূ শাসন ব্যৱস্থাত নীতিগত সিদ্ধান্তৰ বাবে পৰিমাণ সংখ্যাগত সঁজুলি আৰু পৰিমাণগত কৌশলে এক উল্লেখযোগ্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আই এছ এছৰ প্ৰশিক্ষণৰত এটা দলক সম্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰে স্বাস্থ্য, ...

January 14, 2025 8:36 PM

views 63

মৌচম অভিযান এখন বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সকলো ধৰণৰ বতৰ আৰু জলবায়ুৰ বাবে সক্ৰিয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মৌচম অভিযানৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অভিযান আৰম্ভ কৰা হয়। এই উপলক্ষে প্রধানমন্ত্রী মো...

January 14, 2025 8:08 PM

views 45

গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত

বিভিন্ন ভোগালী বিহুৰ সমান্তৰালভাৱে সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্ৰশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল'গান লিখা প্রতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্রত...

January 14, 2025 7:31 PM

views 70

মকৰ সংক্ৰান্তি উপলক্ষে উত্তৰ প্ৰদেশৰ ত্রিবেণী সংগমৰ মহা কুম্ভত ৩ কোটি ৫০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্ৰান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কার্যসূচীত ৩ কোটি ৫০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বর্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হয়। স্নানৰ পাছত ভক্তসকলে ঘাটত পূজা অৰ...

January 14, 2025 2:20 PM

views 63

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত ১ কোটি ৬০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্রান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কাৰ্যসূচীত দিনৰ ১২ বজালৈকে ১ কোটি ৬০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বৰ্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হৈছে। স্নানৰ পাছত ভক্ত...

January 14, 2025 2:14 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে কয় যে ভাৰতৰ জলবায়ুক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে এ...

January 14, 2025 10:51 AM

views 38

ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয়, যে ১৫ জানুৱাৰীত পংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে ইউ জি চি নেট পৰীক্ষা পিছুৱাবৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা বাতিল কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰৱৰ্তী ...

January 14, 2025 10:50 AM

views 32

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকাৰ স্বাস্থ্য সুবিধা প্ৰদাৰ কৰা হ'ব। ওড়িশা চৰকাৰক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে নতুন দিল্লীত কালি এই সন্দৰ্ভত এ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।