ৰাষ্ট্ৰীয়

January 24, 2025 4:35 PM

views 45

দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন

সমগ্ৰ দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছে। সমাজত কন্যা শিশুসকলৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰি অহা হৈছে। এই দিৱস উদযাপনে প্ৰতিগৰাকী কন্যা শিশুক মর্যাদা প্রদান কৰাৰ লগতে বিকাশ, শিক্ষা আৰু আগবাঢ়ি যোৱাৰ ...

January 24, 2025 4:31 PM

views 24

গৃহমন্ত্রী অমিত শ্বাহে মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন কৰিব

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন কৰিব। এই উপলক্ষে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সেহকৰ সে সমৃদ্ধি’ লক্ষ্যক অধিক শক্তিশালী কৰাৰ বাবে সমবায় খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিব। ইয়াৰ লগতে গৃহমন্ত্ৰী অমি...

January 24, 2025 4:26 PM

views 25

‘স্বর্ণিম ভাৰতঃ ঐতিহ্য আৰু উন্নয়ন’ বিষয়বস্তুৰ ভিত্তিত সাজি উলিওৱা বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰ্যালয় তথা বিভাগৰ ৩১ টা প্রতীকপট অন্তৰ্ভুক্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্রতীকপটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলক সাক্ষাৎ কৰিব। এইবছৰ গণৰাজ্য দিৱসৰ সমাৰোহত সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তি প্ৰদৰ...

January 24, 2025 2:10 PM

views 67

আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। প্রতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰা হয়। কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০০৮ চনৰে পৰা এই দিৱস পালন কৰি অহা হৈছে। এই উপলক্ষে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা বার্তাযোগে কয়, যে চৰকাৰ কন্যা সকলক উজ্জ্বল ভৱিষ্যত প্ৰদানৰ ব্যৱস্থা শক্তিশাল...

January 24, 2025 1:04 PM

views 17

নতুন দিল্লীত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া অতিথিসকলক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্রতীকপটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলক সাক্ষাৎ কৰিব। এইবছৰ গণৰাজ্য দিৱসৰ সমাৰোহত সাংস্কৃতিক বৈচিত্ৰ আৰু সামৰিক শক্তিৰ প্ৰদৰ্...

January 24, 2025 1:03 PM

views 21

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টো নতুন দিল্লীত উপস্থিত

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টোই আসন্ন ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ উদ্দেশ্যে যোৱানিশা নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই বিমান বন্দৰত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। এই চাৰিদিনীয়া ভ্ৰমণকালত শ্ৰী ছ...

January 24, 2025 1:01 PM

views 26

দেশৰ বিকাশ হাৰ ৬ ৰ পৰা ৮ শতাংশৰ ভিতৰত থাকিব বুলি আস্থা প্ৰকাশ অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ বিকাশ হাৰ ৬ ৰ পৰা ৮ শতাংশৰ ভিতৰত থাকিব বুলি আস্থা প্ৰকাশ কৰিছে। ডাভোছত কালি এটা টি ভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী বৈষ্ণৱে কয়, যে ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাণ্ডাৰীসকলে ভাৰত অনাগত সময়ত খণ্ডটোৰ শীৰ্ষ তিনিটা আকৰ্ষণীয় স্থানৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত...

January 24, 2025 12:59 PM

views 17

আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন কৰিব। এই উপলক্ষে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সেহকৰ সে সমৃদ্ধি লক্ষ্যক অধিক শক্তিশালী কৰাৰ বাবে সমবায় খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিব। ইয়াৰ লগতে গৃহমন্ত্ৰী অমিত...

January 24, 2025 12:42 PM

views 36

প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন

মহাকুম্ভত ভাগ লোৱাৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন ঘটিছে। এইবাৰৰ মহাকুম্ভত এতিয়ালৈকে ত্রিবেণী সংগমত ১০ কোটি ২১ লাখৰো অধিক ভক্তই পৱিত্ৰ স্নান সম্পন্ন কৰিছে। ২৬ ফেব্ৰুৱাৰীত মহাকুম্ভ মেলাৰ সামৰণি পৰিব। উল্লেখযোগ্য যে ১৩ জানুৱাৰীত ৪৫ দিনীয়া এই মেলা আৰম্...

January 23, 2025 8:25 PM

views 14

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰত উপস্থিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজুৱে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰৰ চেক্টৰ ফ'ৰত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শনৰ শিবিৰ কাৰ্যালয় পৰিদৰ্শন কৰি মহাকুম্ভৰ বিস্তৃত কাৰ্যসূচীৰ সম্প্ৰচাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সচিবগৰাকীয়ে কয়, যে প্ৰচাৰ ভাৰতীয়ে মহাকুম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।