ৰাষ্ট্ৰীয়

January 26, 2025 11:37 AM

views 45

সমগ্ৰ দেশত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন

আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত এই দিৱসৰ মূল অনুষ্ঠানত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। গণৰাজ্য দিৱসৰ কুচ-কাৱাজৰ আৰম্ভণিতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পার্ঘ্য নিবেদন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰম্পৰাগত ঘোঁৰ...

January 26, 2025 11:09 AM

views 29

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি আৰু ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ গণতন্ত্রক শক্তিশালী কৰাত সংবিধানৰ বিশেষ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে সকলো প্ৰত্যাহ্বান নেওচি আগুৱাই যাবলৈ ভাৰতবৰ্ষ প্রতিশ্রুতিবদ্ধ।

January 26, 2025 11:03 AM

views 37

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিবঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব...

January 25, 2025 8:36 PM

views 21

বিকশিত দিল্লী সংকল্পপত্র শীর্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি অমিত শ্বাহৰ

দিল্লীত বিজেপি ক্ষমতালৈ আহিলে দলটোৱে ৰাজধানীখনত ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব বুলি প্রতিশ্রুতি দিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি বিকশিত দিল্লী সংকল্পপত্র শীর্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি কৰে। এই উ...

January 25, 2025 8:34 PM

views 20

পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ভাৰত বিশ্বৰ সৰ্ববৃহৎ, বৈচিত্র্যপূৰ্ণ, যুৱ, সৰ্বাত্মক আৰু সংবেদনশীল গণতন্ত্ৰ আৰু এয়া সঁচাকৈ গৌৰৱৰ কথা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি শ্রীমতী মুমৱে কয়, যে ভাৰত গণতন্ত্ৰৰ মাতৃস্বৰূপ আৰু দেশত গণতান্ত্ৰিক প্ৰক্ৰ...

January 25, 2025 8:32 PM

views 34

৭৬ সংখ্যক গণৰাজ্য দিৱসত এইবাৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে উপস্থিত

সমগ্র দেশে কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত এই দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য, সামৰিক শক্তি, সংবিধান গ্ৰহণৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি কাইলৈ গণৰাজ্য দিৱসৰ কুচকাৱাজ...

January 25, 2025 8:30 PM

views 25

সঞ্জয় হিফ্‌ফাবাই আৰু অমন সিং হংসক শৌর্য চক্ৰৰে সন্মানিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অদম্য সাহস আৰু নিদর্শনমূলক বীৰত্বৰ পৰিচয় দিয়াৰ বাবে কৰ্পোৰেল দাভি সঞ্জয় হিফ্‌ফাবাইক শৌর্য চক্ৰৰে সন্মানিত কৰিছে। জম্মু-কাশ্মীৰৰ শ্বাহছিতাৰৰ দোবা চূড়াৰ সমীপৰ তিনিজন সন্ত্ৰাসবাদীয়ে অতর্কিতে চলোৱা আক্ৰমণৰ সময়ত সাহসিকতাৰ পৰিচয় দিছিল। ...

January 25, 2025 8:28 PM

views 12

এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব – শ্ৰীমতী দ্রৌপদী মুৰ্মু

সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি এইদৰে প্ৰকাশ কৰে ৷ তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব...

January 25, 2025 6:40 PM

views 22

৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে হাউলীৰ পৰা বৰপেটা, মুকালমুৱা, হাজো হৈ আমিনগাঁৱলৈকে ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত অনুমোদন জনাইছে। এই পথছোৱা নিৰ্মাণৰ বাবে শীঘ্ৰেই নিবিদা জাৰি কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ...

January 25, 2025 6:18 PM

views 30

গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৭ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দী আৰু ইংৰাজীত দিয়া এই ভাষণ আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই প্ৰচাৰ কৰিব । আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব। ৰাষ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।