ৰাষ্ট্ৰীয়

January 23, 2025 8:22 PM

views 18

জম্মু-কাশ্মীৰত অহা সাত দিনত বনজুই লগাৰ প্ৰৱল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতর্কতা জাৰি

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণে জম্মু-কাশ্মীৰত অহা সাত দিনত বনজুই লগাৰ প্ৰৱল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতর্কতা জাৰি কৰিছে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিভিন্ন অংশত, বিশেষকৈ জম্মু খণ্ডত বহু দিন ধৰি থকা শুকান বতৰৰ বাবে বনজুই লগাৰ সম্ভাৱনা বৃদ্ধি পাইছে।...

January 23, 2025 8:18 PM

views 33

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত সেনা শক্তি প্ৰদৰ্শনৰ বাবে সেনা বাহিনী সম্পূৰ্ণ সাজু

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত সেনা শক্তিৰ প্ৰদৰ্শন কৰাৰ বাবে সেনা বাহিনী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ আগত মেজৰ জেনেৰেল সুমিত মেহতাই কয়, যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত যুদ্ধক্ষেত্ৰ নিৰীক্ষণ ব্যৱস্থা আৰু প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা, ডি আৰ ডি অ'ৰ প্ৰ...

January 23, 2025 8:15 PM

views 18

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বার্ষিকী উপলক্ষে মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু আন ...

January 23, 2025 7:50 PM

views 18

মহাৰাষ্ট্ৰৰ পছোৰাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি পাইছে। ইয়াৰে ১০জনক চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আজি এই বিষয়ে প্ৰকাশ কৰে। সাংবাদিকৰ আগত শ্ৰীপাৱাৰে কয় যে পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ...

January 23, 2025 7:46 PM

views 19

ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাত কোনো আলোচনা কৰা নাই : মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে কোনো ধৰণৰ আলোচনা কৰা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে পাকিস্তানৰ প্ৰশাসনেহে ২০১৯ চনত ভাৰতৰ সৈতে বাণিজ্যিক সম্পর্ক বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। কালি ৱাশ্বিংটন ডিচিত সংবাদ মাধ্যমৰ আগত ড০ জয়শংকৰে কয় যে ভাৰতে দী...

January 23, 2025 7:37 PM

views 24

সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে সংস্কৃতি মন্ত্ৰ্যালয়ে নেতাজীৰ জন্মস্থান ওড়িশাৰ কটকত তিনিদিনীয়া উদযাপন সমাৰোহৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে এই সমাৰোহ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপ...

January 23, 2025 11:57 AM

views 12

৭৬সংখ্যক গণৰাজ্য দিৱসৰ কুচ-কাৱাজত মুঠ ২৬টা প্রতীকপট প্ৰদৰ্শিত হ’ব

৭৬সংখ্যক গণৰাজ্য দিৱসৰ কুচ-কাৱাজত দেশৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক সর্বাত্মকতা তুলি ধৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ মুঠ ২৬ টা প্রতীকপট সাজি উলিওৱা হৈছে। স্বর্ণিম ভাৰত : ঐতিহ্য আৰু বিকাশ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই প্রতীকপটসমূহ সা...

January 23, 2025 11:56 AM

views 13

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত সংঘটিত ৰে’ল দুৰ্ঘটনাত ১২জন নিহত, ১৪ জন আহত

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে'ল দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৪ জন আহত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী মহিলা আৰু এটি ১০ বছৰীয়া শিশুও আছে। আহতসকল বিপদমুক্ত বুলি কোৱা হৈছে। পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ৰে’লখনৰ একাংশ যাত্রী নামি...

January 23, 2025 11:55 AM

views 24

জলপথসমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ হৈ পৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

জলপথসমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ হৈ পৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। মুম্বাইত কালি ভাৰতীয় সামুদ্রিক সন্মিলন আৰু প্ৰদৰ্শনী, ২০২৫ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰত সম্প্ৰতি বৃহৎ বন্দৰৰ যুগত প্ৰৱেশ কৰিছে। প্রধানমন্ত্...

January 23, 2025 11:53 AM

views 16

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৭ উইকেটত জয়লাভ ভাৰতৰ

ভাৰতে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত ৫খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক জ’ছ বাটলাৰে ৪৪টা বলত সৰ্বাধিক ৬৮ ৰান কৰে। ভাৰতৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।