ৰাষ্ট্ৰীয়

February 2, 2025 6:24 PM

views 20

বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষা আৰু জ্ঞানৰ সৈতে জড়িত এই উৎসৱে দেশৰ সকলো নাগৰিকৰ বাবে সুখ, সমৃদ্ধি আৰু প্ৰজ্ঞা কঢ়িয়াই অনাৰ ক...

February 2, 2025 12:22 PM

views 46

ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৮ জন মাওবাদী নিহত

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে জিলাখনৰ গংগলুৰ এলেকাত কেইজনমান মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যৌথ দলে চলোৱা তালাচী অভিযানৰ সময়ত হোৱা গুলীয়াগুলীত এই মাওবাদীকেইজন নিহত হয়। সংঘ...

February 2, 2025 12:20 PM

views 19

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয় কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিভিন্ন দলৰ শীৰ্ষ নেতাসকলে দলীয় প্রার্থীসকলৰ হকে সমর্থন আদায়ৰ বাবে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা আৰু ৰোড...

February 2, 2025 11:27 AM

views 54

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্রিম বুদ্ধিমত্তা, পুতলা নির্মাণ, কৃষি, জোতা-চেণ্ডেল, খাদ্য প্রসংস্কৰণকে ধৰি বিভিন্...

February 2, 2025 11:21 AM

views 19

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ গুৰুত্ব আৰোপ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। সংসদত বাজেট উত্থাপন কৰাৰ পাছত নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, যে বাজেট...

February 2, 2025 11:17 AM

views 27

নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা কেন্দ্রীয় বিত্ত মন্ত্রীৰ ঘোষণা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদত ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰি নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা ঘোষণা কৰে। এই ইউৰিয়া প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ চৌহদত স্থাপন কৰা হ'ব।...

February 1, 2025 7:57 PM

views 23

নতুন দিল্লীত বিশ্ব গ্রন্থমেলা মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

কিতাপ পঢ়া মাথো অভিৰুচিয়ে নহয়, বৰং পৰিৱৰ্তনকাৰী অভিজ্ঞতা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি নতুন দিল্লী বিশ্ব গ্রন্থমেলা মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ভিন ভিন ভাষা-সংস্কৃতিৰ গ্ৰন্থ পঢ়াৰ অভ্যাসে অঞ্চল আৰু সম্প্ৰদায়ৰ মাজত সেতু গঢ়ি তোলে। তেও...

February 1, 2025 7:53 PM

views 36

২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰতিক্ৰিয়া

কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০২৫-২৬ বৰ্ষৰ বাজেট ঘোষণা কৰা কপাহ উৎপাদনশীলতা অভিযানে কপাহৰ উৎপাদনে নহয় কপাহৰ মানো বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰী চৌহানে কয়, যে উচ্চ মানৰ কপাহ উৎপাদনৰ বাবে আঁহৰ প্ৰসংস্কৰণ আৰু দীর্ঘস্থায়ী প্রাকৃতিক আঁহ ...

February 1, 2025 7:46 PM

views 18

২০২৫ বৰ্ষৰ বাজেটক কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ আদৰণি

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই ২০২৫ বৰ্ষৰ দেশৰ বাজেটক আদৰণি জনাইছে। তেওঁ কৈছে যে এইবাৰৰ বাজেট দেশৰ ১৪০ কোটি জনতাক আশা-আকাংক্ষা আৰু সপোনক বাস্তৱায়িত কৰাৰ ভৱিষ্যদর্শী পৰিকল্পনা। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেওঁ কয়, যে চাৰিটা চালিকা শক্তি- কৃষি, অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ...

February 1, 2025 7:38 PM

views 10

বাজেটত কৃত্রিম বুদ্ধিমত্তাৰ উৎকর্ষ সাধন কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মুঠ ৫০০ কোটি টকা ব্যয়ৰে শিক্ষাৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ উৎকর্ষ সাধন কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সংসদত আজি ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি শ্ৰীমতী সীতাৰমণে কয়, যে চৰকাৰে ২০২৩ চনত কৃষি, স্বাস্থ্য আৰু বহনক্ষম মহানগৰৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ তিনিটা উৎকর্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।