ৰাষ্ট্ৰীয়

February 3, 2025 12:18 PM

views 20

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত বিজেপি, আপ আৰু কংগ্ৰেছ দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰৰ মন জয় কৰিবলৈ ৰোড শ্ব’, জনসভা আৰু ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এইবাৰৰ নিৰ্বাচনত ৬৯৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ১ কোটি ৫৬ লাখতকৈও অধ...

February 3, 2025 12:17 PM

views 10

প্ৰয়াগৰাজৰ মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে। এই অমৃত স্নান মহাকুম্ভৰ অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ ধৰ্মীয় আচাৰ বুলি গণ্য কৰা হয়। যোৱা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে প্ৰথমবাৰ অমৃত স্নান হোৱাৰ পাছত যোৱা ২৯ জানুৱাৰীত মৌনী অমাৱস্যা উপলক্ষে দ্বিতী...

February 3, 2025 12:16 PM

views 17

যুৱ সমাজক ৰাষ্ট্ৰবিৰোধী ভাৱধাৰাৰ পৰা বিৰত থাকিবলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে দেশত লাখ লাখ অবৈধ প্রবাসী নাই আৰু দেশৰ জনগাঁথনি সলনি কৰিব পৰাকৈ ৰাজনৈতিক নিৰ্বাচনত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। তেওঁ যুৱ সমাজক ৰাষ্ট্ৰ বিৰোধী ভাৱধাৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। চার্টার্ড একাউণ্টছ অৱ ইণ্ডিয়া প্রতিষ্ঠানে কালি দিল্লীত আয়োজন কৰা ৱৰ্ল্ড ফ...

February 3, 2025 12:15 PM

views 8

ভূপাল সাহিত্য আৰু কলা মহোৎসৱৰ সামৰণি

ভূপাল সাহিত্য আৰু কলা মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজুৱে অংশগ্ৰহণ কৰে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত শ্রীজাজুৱে যুৱ প্ৰজন্মক পঢ়া-শুনাৰ লগতে সৃষ্টিমূলক কার্যত নিজকে অধিক ব্যস্ত কৰি ৰখাৰ বাবে আহ্বান জনায়। সামৰণী অনুষ্ঠানত এই মহোৎস...

February 3, 2025 12:13 PM

views 14

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধত লিপ্ত হৈছে বুলি এইচ ডি কুমাৰাস্বামীৰ অভিযোগ

গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে কালি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধৰ কামত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে। কালি হাছানত সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে মংগালুৰুৰ কুদ্ৰেমুখ লোহা কাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰ...

February 2, 2025 8:41 PM

views 19

আপ দলৰ কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ মুখ্য নির্বাচনী বিষয়ালৈ পত্র

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয়কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্য নির্বাচনী বিষয়ালৈ এখন পত্র লিখি বিজেপি কর্মকর্তা তথা দিল্ল...

February 2, 2025 8:24 PM

views 26

নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি

সাংস্কৃতিক মন্ত্র্যালয়ে আকাশবাণীৰ সহযোগত আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক এটা বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি কৰে। আজিৰ পৰা অহা ১৬ ফেব্ৰুৱাৰীলৈ আকাশবাণীৰ ২১টা কেন্দ্ৰৰ পৰা পুৱা  ৯-৩০ বজাৰ পৰা ১০ বজালৈ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব। সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সচিব অৰুনি...

February 2, 2025 8:14 PM

views 28

কেন্দ্ৰীয় বাজেটত গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত কৰিছে

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতে বিশেষভাবে নির্মিত সমুদ্রযান নামৰ এখন ছাবমেৰিনত বৈজ্ঞানিকক প্ৰেৰণ কৰি সমুদ্ৰৰ গভীৰত অন্বেষণ চলোৱাৰ লক্ষ্য লৈছে। এই অভিযানৰ জৰিয়তে সমুদ্ৰৰ গভীৰতলিৰ জোখ-ম...

February 2, 2025 7:02 PM

views 17

ভাৰতৰ পৰা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ বাংলাদেশৰ মংলা বন্দৰত উপস্থিত

ভাৰতৰ পৰা পঠোৱা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ কালি বাংলাদেশৰ মংলা বন্দৰত উপস্থিত হয়। ইয়াৰে ওড়িশাৰ ধৰ্ম বন্দৰৰ পৰা ৭,৭০০ টন আৰু কোলকাতা বন্দৰৰ পৰা ৮,৭০০ টন চাউল নিয়া হৈছে। বাংলাদেশৰ মংলাৰ খাদ্য নিয়ন্ত্ৰক কাৰ্যালয়ৰ সৈতে হোৱা বুজাবুজি মতে ভাৰতে বাংলাদেশলৈ ৩০ হাজাৰ টন চাউল পঠিয়াব। ইয়া...

February 2, 2025 6:29 PM

views 22

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে সঞ্চয়, বিনিয়োগ, সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্রিম বুদ্ধিমত্তা, পুতলা নির্মাণ, কৃষি, জোতা-চেণ্ডেল, খাদ্য প্ৰসংস্কৰণকে ধৰি বিভিন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।