ৰাষ্ট্ৰীয়

February 3, 2025 8:25 PM

views 15

পি এম ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত এতিয়ালৈ দেশত ৬ লাখতকৈ অধিক লোকৰ আবেদন

যোৱা বছৰৰ ৩ অক্টোবৰত পি এম ইণ্টাৰ্ণশ্বিপ আঁচনি মুকলি হোৱাৰ পাছত এতিয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৬ লাখতকৈ অধিক লোকে আবেদন জনোৱা বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। লোকসভাত এটা লিখিত উত্তৰত কো অপাৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মলহোত্রাই কয়, যে ১ লাখ ২৭ হাজাৰ লোকক ইতিমধ্যে এই আঁচনিৰ লাভালাভ প্ৰদান...

February 3, 2025 8:00 PM

views 9

ৰাজ্যসভাত সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ সদস্য কিৰণ চৌধুৰীয়ে কয়, যে চৰকাৰে কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে দেশ সম্প্রতি প্রকৃত অৰ্থত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দে...

February 3, 2025 6:33 PM

views 27

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোলৈ এই নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পৰহিলৈ ভোটগ্রহণ হ'বলগীয়া এই নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নির্বাচন আয়োগ তথা প্রশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৭০ খন আসনবিশিষ্ট এই বিধানসভা নিৰ্বাচনত মুঠ ৬৯৯গৰাকী প্ৰাৰ্থীয়ে ...

February 3, 2025 6:29 PM

views 19

আমেৰিকা নিবাসী ভাৰতীয় মূলৰ কণ্ঠশিল্পী চণ্ডিকা টেণ্ডনৰ গ্ৰেমী বঁটা লাভ

আমেৰিকা নিবাসী ভাৰতীয় মূলৰ কণ্ঠশিল্পী চণ্ডিকা টেণ্ডনে দ্য বেষ্ট নিউ এজ, এম্বিয়েন্ট অব চাণ্ট এলবাম শাখাত গ্ৰেমী বঁটা লাভ কৰিছে। লছ এঞ্জেলছত CRYPTO.COM এৰেণাত আজি ৬৭ সংকৎক বার্ষিক গ্রেমী বঁটাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিয়ন্সৰ কাউবয় কাৰ্টাৰ নামৰ এলবামটোৱে বেষ্ট কান্ট্রি এল...

February 3, 2025 6:21 PM

views 40

উপগ্ৰহ NVS-02 কক্ষপথৰ পৰা আন কক্ষপথলৈ প্ৰেৰণত কাৰিকৰী বিজুতি ঘটা বুলি ইছৰোৰ প্ৰকাশ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে জানিবলৈ দিছে যে ইয়াৰ নিৰীক্ষণ উপগ্ৰহ NVS-02 কক্ষপথৰ পৰা আন কক্ষপথলৈ প্ৰেৰণ কৰাৰ সময়ত কালি কাৰিকৰী বিজুতি ঘটে। সামাজিক মাধ্যমযোগে সংস্থাটোৱে জানিবলৈ দিছে যে উপগ্ৰহটোৰ বাবে নিৰ্ধাৰণ কৰা কক্ষপথত প্ৰেৰণ কৰাৰ সময়ত এই বিজুতি ঘটে। সংস্থাটোৱে জানিবলৈ দিছে যে কৰ্ণাটকৰ হ...

February 3, 2025 6:17 PM

views 21

বসন্ত পঞ্চমী উপলক্ষে মহাকুম্ভ মেলাত ১ কোটি ২৫ লাখৰো অধিক ভক্তৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত আজি বসন্ত পঞ্চমী উপলক্ষে দিনৰ ১২ বজালৈকে ১ কোটি ২৫ লাখৰো অধিক ভক্তই স্নান কৰে। ত্রিবেণী সংগম ঘাটত মহাকুম্ভ মেলাৰ এইটো হৈছে তৃতীয়টো অমৃত স্নান। এই স্নানক মহাকুম্ভ মেলাৰ আটাইতকৈ পৱিত্ৰ হিচাপে গণ্য কৰা হয়। জনসাধাৰণে লগতে পুৱাৰ ভাগত গংগা আৰতি কৰে। মহাক...

February 3, 2025 6:13 PM

views 15

মহাকুম্ভ মেলাত সংঘটিত ঘটনা সন্দৰ্ভত সংসদৰ উভয় সদনত হুলস্থূলীয়া পৰিবেশ

মহাকুম্ভ মেলাত সংঘটিত ঘটনা সন্দৰ্ভত বিৰোধী দলসমূহে আলোচনাৰ দাবী উত্থাপন কৰাক কেন্দ্ৰ কৰি সংসদৰ উভয় সদনত আজি হুলস্থূলীয়া পৰিবেশৰ উদ্ভৱ হয়। লোকসভাত আজি পুৱা সদনৰ কাম-কাজ আৰম্ভ হোৱা সময়তে বিৰোধী দলসমূহে প্ৰয়াগৰাজৰ মহাকুম্ভত ব্যৱস্থাপনাৰ ক্ষেত্ৰত খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন কৰি শ্লোগান দিবলৈ আৰম...

February 3, 2025 12:34 PM

views 21

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে লাভ কৰিব ৪৪,৪৯৪ কোটি টকা

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে মুঠ ৪৪ হাজাৰ ৪৯৪ কোটি টকা লাভ কৰিব। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কৰৰ অংশ হিচাপে ৪০ হাজাৰ ২৫৩ কোটি টকা অসমক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই হিচাপত অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ৪ হাজাৰ ২৪০ কোটি টকা বেছিক...

February 3, 2025 12:24 PM

views 11

ৰাষ্ট্ৰীয় ক্রীড়াত এতিয়ালৈ অসমৰ ১৩টা পদক লাভ

ৰাষ্ট্ৰীয় ক্রীড়াত এই পর্যন্ত ১৩টা পদক লাভ কৰি অসমে জয়যাত্রা অক্ষুন্ন ৰাখিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কেইবাটাও শিতানত অসমে প্রতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙৰ ৫১ কিলোগ্রাম তলৰ শাখাত গৌৰৱ মজুমদাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ লন বলত অসম উত্তৰাখণ্ডৰ মুখামুখি হোৱাৰ লগতে মহিলা শাখাত অসম-দিল্লী মুখাম...

February 3, 2025 12:22 PM

views 13

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানত জয় ভাৰতৰ

যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানৰ ব্যৱধানত ভাৰতে জয়লাভ কৰে। এই জয়ৰ দ্বাৰা ভাৰতে পাঁচখনীয়া শৃংখলাত ৪-১ ফলাফল লাভ কৰিবলৈ সমৰ্থ হয়। কালিৰ খেলখনত ভাৰতে ২৪৮ ৰানৰ টার্গেট বান্ধি দিছিল যদিও ১০ অভাৰ আৰু তিন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।