ৰাষ্ট্ৰীয়

May 5, 2025 2:16 PM

views 23

তেলেংগানাত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা

● কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি তেলেংগানাৰ ছিৰপুৰ কাগজনগৰত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰী গাঙ্কাৰীয়ে ৰাজ্যখনৰ পথ, আন্তঃগাঁথনি শক্তিশা...

May 5, 2025 2:30 PM

views 25

উচ্চতম ন্যায়ালয়ত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ শুনানি

● উচ্চতম ন্যায়ালয়ত আজি ৱাকফ (সংশোধনী) আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ এটা গোটৰ শুনানি গ্রহণ কৰা হ'ব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠে দুপৰীয়া ২ বজাত এই বিষয়ত শুনানি গ্ৰহণ কৰিব। যোৱা ১৭ এপ্ৰিলত অনুষ্ঠি...

May 5, 2025 1:05 PM

views 17

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে আজি ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ এটা বিবৃতি মতে এই বৈঠকত দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত নিজৰ মত আৰু ধাৰণাৰ বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক...

May 5, 2025 1:02 PM

views 42

এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাঅ’ ল’ৰেংকোক জগত প্রকাশ নাড্ডাৰ সাক্ষাৎ

ন' বিজেপি অর্থাৎ বিজেপিক জানক কাৰ্যসূচীৰ অংশ হিচাপে কালি নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাঅ' ল'ৰেংকোক সাক্ষাৎ কৰে। বৈঠকত শ্রীনাড্ডাই আফ্রিকীয় সংঘৰ অধ্যক্ষ পদ গ্রহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ল'ৰেংকোক অভিনন্দন জনায়। তেওঁ বিজেপিৰ সাংগঠনিক পৰিকাঠা...

May 5, 2025 1:00 PM

views 19

তেলেংগানাত আজি ৬ হেজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত কেইবাটাও পথ মুকলি

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি তেলেংগানাত ছহেজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মিত ১৪টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ দুহেজাৰ ৮৫ কিলোমিটাৰ পথ মুকলি কৰিব। তেওঁ আশিফাবাদ জিলাৰ কাগজ নগৰত থকা চাৰিলেন যুক্ত ৩৬৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰিব। ইয়াৰ পাছত আজি সন্ধিয়াৰ ভাগত মন্ত...

May 5, 2025 12:57 PM

views 30

এদিনীয়া ভ্রমণসূচীৰে জগদীপ ধনখড় আজি কৰ্ণাটকলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি এদিনীয়া ভ্রমণসূচীৰে কৰ্ণাটকলৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ শিৰশিত অৱস্থিত বন মহাবিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পূৰ্বে, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অৱস্থিত ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া কৃষি বিশ্ববিদ্যাল...

May 5, 2025 12:54 PM

views 19

২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে ভাৰতক শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ

চৰকাৰে ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে। কালি বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। এইবা...

May 4, 2025 8:51 PM

views 17

ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি সচিব সঞ্জয় যাজুৰ অভিহিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় যাজুয়ে ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি অভিহিত কৰিছে। মুম্বাইত চলি থকা ৱেভচ সন্মিলনৰ আজি এটা সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ সচিব গৰাকীয়ে এই মন্তব্য কৰে। সন্মিলনৰ ক্রিয়েট ইন ইণ্ডিয়া শীর্ষক প্রতিযোগিতাত ভাগ লোৱা স...

May 4, 2025 8:44 PM

views 41

এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ বৰ্ড অৱ গভৰ্ণৰৰ বার্ষিক সভাত  অংশগ্রহণৰ বাবে বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ইটালী ভ্ৰমণ

বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি) ৰ বৰ্ড অৱ গভৰ্ণৰৰ ৫৮ সংখ্যক বার্ষিক সভাত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে আজিৰ পৰা ৭ মে’লৈ এই সভা অনুষ্ঠিত হৈছে। এই ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে ইটালী, জাপান আৰু ভূটানৰ বিত্ত মন্ত্ৰীসকলৰ লগতে অন্যান্য আন্তঃৰাষ্ট্ৰীয...

May 4, 2025 8:32 PM

views 38

দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

ভাৰতীয় জ্ঞান-বিজ্ঞান সম্পৰ্কীয় সকলো তথ্য সংস্কৃত ভাষাতে লাভ কৰিব পাৰি তাৰবাবে জনসাধাৰণে সংস্কৃত ভাষা শিকাৰ প্ৰয়োজনীয়তা আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এটা অনুষ্ঠানত এইদৰে কয়। উল্লেখযোগ্য যে মন্ত্ৰী অমিত শ্বাহে আজি সংস্কৃত ভাৰতীৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত 1008 সংস্কৃত স্পীচ্ছ কেম্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।