ৰাষ্ট্ৰীয়

May 26, 2025 9:09 PM

views 20

ভাৰতৰ কয়লা খণ্ডৰ যাত্ৰাক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কয়লা খণ্ডৰ যাত্ৰাক প্ৰশংসা কৰিছে। কেন্দ্রীয় কয়লা মন্ত্রী জি কিষাণ ৰেড্ডীৰ এটা প্ৰৱন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰি কয়, যে এই প্ৰৱন্ধটো চৰকাৰৰ পৰিৱৰ্তনশীল যাত্ৰাৰ এটা দশকৰ প্ৰতিচ্ছবি। বিগত এটা দশকত ভাৰতৰ কয়লা খণ্ডত যি অভূতপূর্ব উত্থান, সেই উত্থানক সুন্দৰৰূ...

May 26, 2025 9:02 PM

views 28

বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। নাগপুৰৰ জামাথা অঞ্চলত নেচনেল কেঞ্চাৰ ইন্সটিটিউটত কৰ্কট ৰোগীৰ আত্মীয়ৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা...

May 26, 2025 1:01 PM

views 14

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে নতুন দৃষ্টিভংগী গ্রহণ কৰিছে বুলি শশী থাৰুৰ মন্তব্য

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে নতুন দৃষ্টিভংগী গ্রহণ কৰিছে আৰু এনেধৰণৰ ঘৃণনীয় কার্যকলাপত জড়িত থকা সকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি কংগ্ৰেছ সাংসদ শশী থাৰুৰে মন্তব্য কৰিছে। পাকিস্তানৰ কোনো সন্ত্রাসবাদীয়ে সীমান্ত পাৰ হৈ আমাৰ দেশৰ জনসাধাৰণক নিৰ্বিচাৰে হত্যা কৰাৰ কথা চিন...

May 26, 2025 12:51 PM

views 14

তিনিদিনীয়া ভ্রমণসূচীৰে ড° আব্দুল্লা খলিল কালি নতুন দিল্লীত উপস্থিত

মালদীপৰ বৈদেশিক মন্ত্ৰী ড° আব্দুল্লা খলিলে তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী আৰু মাৰ্চত ভাৰতলৈ আহিছিল। ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান- প্ৰদান শক্তিশালী কৰাৰ উদ...

May 26, 2025 12:49 PM

views 19

বডোদড়াৰ ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোডত প্ৰায় ২৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰাৰ পূৰ্বে বডোদড়াত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।        দুদিনীয়া এই গুজৰাট ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দাহোডৰ বৈদ্যুতিক ৰে'ল ইঞ্জিন নির্মাণ প্রকল্প ৰাষ্ট্ৰৰ ন...

May 26, 2025 12:47 PM

views 27

এদিনীয়া ভ্ৰমণসূচীৰে জগদীপ ধনখড় আজি মধ্যপ্ৰদেশলৈ ৰাওনা হব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশলৈ যাব। শ্রীধনখড়ে নৰসিংপুৰত আয়োজিত তিনিদিনীয়া কৃষি উদ্যোগ সমাগম মুকলি কৰিব। এই কৃষি উদ্যোগ সমাগমত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ড° মোহন যাদৱৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী আৰু কৃষক সংগঠনৰ বিষয়াসকলেও অংশগ্রহণ কৰি...

May 25, 2025 7:44 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত দেশৰ এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত দেশৰ এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ সুপ্ৰশাসন বিভাগে আয়োজন কৰা এই বৈঠকত সুপ্রশাসন ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। বৈঠকত বিজেপি সভাপতি জগত প্রকাশ নাড্ডা, গৃহমন্ত্...

May 25, 2025 7:10 PM

views 29

ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি সামৰণি পৰা ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি মন্তব্য কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি তেওঁ উত্তৰ-পূবক ভূয়সী প্রশংসা কৰে। ছিকিমৰ পৰম্পৰাগত হস্ততাঁত-বস্ত্ৰশিল্পৰ, আধুনিকতাৰ সৈতে সংমিশ্রন ঘট...

May 25, 2025 11:59 AM

views 35

মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা ২০ মে তাৰিখে বিশ্ব মৌমাখি দিৱস পালন কৰা হৈছিল। এই দিৱসে আমাক সোঁৱৰাই দিছিল যে মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীক। যোৱা ১১ টা বছৰত মৌ পালনৰ ক্ষেত্ৰত ভাৰতত এক ব...

May 25, 2025 11:32 AM

views 34

‘অপাৰেচন সিন্দুৰ’ কেৱল মাত্র এক সেনা অভিযানেই নাছিল, ই আছিল পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সম্প্ৰতি সমগ্ৰ দেশেই সন্ত্রাসবাদৰ বিৰুদ্ধে একগোট হৈ থিয় দিছে, আৰু  সকলোৰে অন্তৰ ক্ষোভ আৰু আক্রোশেৰে ভৰি পৰিছে।পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সকলো ভাৰতীয়ই সন্ত্রাসবাদক মষিমূৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।