ৰাষ্ট্ৰীয়

July 5, 2025 4:34 PM

views 26

আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন’ছ আয়াৰ্ছত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ট্রেনিদাদ আৰু টবেগ'ৰ সফল ভ্ৰমণ সামৰি পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন' ছ আয়াৰ্ছত উপস্থিত হৈছে। প্রধানমন্ত্রী মোদীক প্রবাসী ভাৰতীয়সকলে বিশেষ শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্রামী তথা জাতীয় ...

July 5, 2025 1:48 PM

views 27

বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব

● মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত ভাগ ল'ব। ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত গ্রহণ কৰা উন্নয়ন প্রচেষ্টাসমূহৰ বুজ ল'ব। তেওঁ লগতে জনসাধাৰণৰ সৈতে সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মীৰ সৈতে বিটিচি নির্বাচন সন্দৰ্ভত মত বিনিময় কৰিব। ড০ শৰ্মাই কালি তাম...

July 4, 2025 8:19 PM

views 25

পৰহিলৈ সমগ্ৰ দেশৰ ছহেজাৰ স্থানত ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেল কাৰ্যসূচীৰ ৩০ সংখ্যক সংস্কৰণ আয়োজন

Resident welfare association ৰ সহযোগত পৰহিলৈ সমগ্ৰ দেশৰ ছহেজাৰ স্থানত ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেল কাৰ্যসূচীৰ ৩০ সংখ্যক সংস্কৰণ আয়োজন কৰা হ'ব। এদিনীয়া এই অনুষ্ঠানত দেশজুৰি ৫০ হাজাৰৰো অধিক ব্যক্তিয়ে প্ৰদূষণ আৰু মেদবহুলতামুক্ত ভাৰত গঢ়াৰ দিশত সুস্বাস্থ্যৰ বাবে চাইকেল চলাব। নতুন দিল্লীৰ মেজৰ ধ্যান...

July 4, 2025 8:16 PM

views 17

সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ ষষ্ঠ কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ ষষ্ঠ তথা নতুন আঞ্চলিক কেন্দ্ৰটো মুকলি কৰে। মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰ, সামৰিক ৰাজ্যমন্ত্ৰী তথা ৰাঁছীৰ সাংসদ সঞ্জয় শেঠ, হাথিয়া বিধানসভাৰ ...

July 4, 2025 8:14 PM

views 32

অহা সপ্তাহৰ পৰা হজ যাত্ৰাৰ বাবে কৰিবলগীয়া আবেদনসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা চৰকাৰৰ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনাইছে, যে ২০২৬ বৰ্ষৰ হজ যাত্ৰাৰ বাবে কৰিবলগীয়া আবেদনসমূহ চৰকাৰে অহা সপ্তাহৰ পৰা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হজ পর্যালোচনাৰ এখন সভাত উপস্থিত থকাৰ পাছতে মন্ত্ৰীজনে এখন সংবাদ মেল সম্বোধন কৰি আবেদনকাৰীসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত ...

July 4, 2025 8:10 PM

views 16

সামৰিক বাহিনী আৰু অসামৰিক সেৱা বিভাগৰ বিষয়াসকলৰ সৈতে ড° জিতেন্দ্ৰ সিঙৰ কথা-বতৰা

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কৈছে যে একোটা বিভাগৰ অন্তৰ্গত গোটসমূহে যদিহে পৃথকে পৃথকে কাম কৰে তেন্তে বৰ্তমানৰ গতিশীল চৰকাৰখনৰ শাসন ব্যৱস্থাত ই হেঙাৰস্বৰূপ হৈ পৰে। নতুন দিল্লীত আজি সামৰিক বাহিনী আৰু অসামৰিক সেৱা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা কথা-বতৰাত তেওঁ ...

July 4, 2025 8:02 PM

views 25

ট্রিনিদাদ আৰু ট’বেগক প্ৰথমখন কেৰিবিয়ান ৰাষ্ট্ৰ হিচাপে ইউ পি আই গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ত্রিনিদাদ আৰু ট’বেগ'ত প্ৰদান কৰা নিজৰ ভাষণ সমগ্ৰ বিশ্বৰ প্ৰায় ৩.৫ কোটি প্রবাসী ভাৰতীয়লৈ উৎসৰ্গা কৰে। ভাষণত শ্ৰী মোডীয়ে ট্রিনিদাদ আৰু ট’বেগক প্ৰথমখন কেৰিবিয়ান ৰাষ্ট্ৰ হিচাপে ইউ পি আই গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইউ পি আইৰ ক্ষেত্ৰত এনে সহযোগিতাৰ দ্বাৰা ভ...

July 4, 2025 12:24 PM

views 24

ফুমথাম ৱেচায়াচাইক ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিবলৈ সন্মতি প্রদান থাইলেণ্ড কেবিনেটৰ

থাইলেণ্ডৰ কেবিনেটে পেটংটার্ণ ছিনাৱাট্টাৰ নিলম্বনৰ পাছত উপ-প্রধানমন্ত্রী ফুমথাম ৱেচায়াচাইক ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিবলৈ সন্মতি প্রদান কৰিছে। দেশখনৰ প্রথমগৰাকী ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে ফুমথামৰ প্ৰধানমন্ত্ৰীৰ সমানেই কর্তৃত্ব আৰু দায়িত্ব থাকিব। উপ প্রধানমন্ত্রী তথা পৰিৱহণ মন্ত্ৰ...

July 4, 2025 1:09 PM

views 31

দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱ মেলা ২০২৫ৰ উদ্বোধন

সমবায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিষাণ পাল গুৰজাৰে কালি নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱ মেলা ২০২৫ৰ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি গুৰজাৰে কয় যে ভাৰত জৈৱ মেলাই সমবায় আৰ্হিয়ে ক্ষুদ্র কৃষকসকলক কেনেদৰে সবল কৰি তুলিব পাৰে আৰু জনসাধাৰণৰ মাজত কিদৰে নিৰাপদ আৰু জৈৱিক খাদ্য উপলব্ধ কৰিব পাৰি,...

July 4, 2025 12:05 PM

views 12

টেলিভিছন ৰেটিং এজেন্সীৰ বাবে জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিভিছন ৰেটিং এজেন্সীৰ বাবে ২০১৪ চনত জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱিত খচৰাত সংবাদ প্রতিষ্ঠানসমূহৰ বাবে আৰোপিত কেতবোৰ নিষেধাজ্ঞা আঁতৰোৱাৰ পোষকতা কৰা হৈছে। বৰ্তমান ব্রডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল বা BARC হৈছে টিভি ৰেটিং প্ৰদান কৰা একম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।