আন্তৰ্জাতিক সংবাদ

May 25, 2025 10:51 AM

views 26

ব্ৰাজিলত হ’বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰিব

ভাৰতে ব্ৰাজিলত কাইলৈৰ পৰা হ'বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। উচ্চ পৰ্যায়ৰ এই বৈঠকত কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ভাৰতীয় প্রতিনিধিসকলৰ নেতৃত্ব দিব। এই বৈঠকে সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতাৰ প্ৰসাৰৰ উদ্দেশ্যে ব্রাজিল, ৰাছিয়...

May 25, 2025 10:46 AM

views 16

অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে বহুদলীয় সংসদীয় প্রতিনিধি দলৰ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ

অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বৰ বহুদলীয় সংসদীয় প্রতিনিধি দলটো কালি বিয়লি জাপান ভ্রমণ সামৰি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হয়। এই ভ্রমণসূচীয়ে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ স্থিতি আগুৱাই ...

May 23, 2025 4:12 PM

views 41

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেন ডিয়েগত সংঘটিত জেট বিমানৰ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেন ডিয়েগত কালি সংঘটিত এখন ব্যক্তিগত জেট বিমানৰ দুৰ্ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱাইছে। ৬জন ব্যক্তিক কঢ়িয়াই নিয়া বিমানখন ডাৱৰীয়া বতৰৰ বাবে উচ্চ শক্তিসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ছেন ডিয়েগৰ আৰক্ষী বিভাগে জনোৱা মতে এই দুৰ্ঘটনাত কোনো...

May 22, 2025 3:55 PM

views 14

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত আজি নিচেই পুৱাতে ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা মতে সংগ্ৰহালয়টোৰ পৰা ওলাই অহাৰ সময়তে ইজৰাইলী দূতাবাসৰ এজন পুৰুষ আৰু এগৰাকী মহিলা কৰ্মচাৰ...

May 21, 2025 9:14 PM

views 26

উক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত

ইউক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত হোৱা বুলি ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে বৃহৎ বাধা হিচাপে থিয় দিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰত ইস্কাণ্ডাৰে ক্ষেপনাস্ত্ৰ আক্ৰমণ...

May 21, 2025 12:46 PM

views 28

১৭, ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা ডনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে দেশখনৰ বাবে ১৭ হাজাৰ ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। চীন আৰু ৰাছিয়াৰ সম্ভাৱ্য ভাবুকি প্ৰতিহত কৰাৰ লক্ষ্যৰে এই অভিলাষী প্রকল্প আৰম্ভ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বাহিনীৰ জেনেৰেল মাইকেল গুৱেটলি...

May 21, 2025 12:44 PM

views 22

ৰাছিয়া আৰু ইউক্রেইনে যুদ্ধবিৰতি বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি ড’নাল্ড ট্রাম্পৰ ঘোষণা

ৰাছিয়া আৰু ইউক্রেইনে যুদ্ধবিৰতি তথা যুদ্ধৰ সম্ভাৱ্য অৱসানৰ বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ঘোষণা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দুঘণ্টাজোৰা টেলিফোনিক বাৰ্তালাপৰ পাছতেই ট্রাম্পে এই কথা ঘোষণা কৰিছে। ট্রাম্পে কয় যে তেওঁলোকৰ মাজৰ এই আলোচনা ই...

May 18, 2025 11:56 AM

views 24

ইজৰাইল আৰু হামাছৰ মাজত আলোচনা পুনৰ আৰম্ভ

ইজৰাইল আৰু হামাছে গাজাত চলি থকা যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আলোচনা পুনৰ আৰম্ভ কৰিছে। কাটাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত কালি দোহাত এই আলোচনা আৰম্ভ হয়। এই আলোচনাৰ কথা নিশ্চিত কৰি হামাছৰ এগৰাকী বিষয়া মেহমুদ মাৱিয়ে কয়, যে আলোচনাত যুদ্ধ বিৰতি নিশ্চিত আৰু পণবন্দী চুক্তি চূড়ান্ত কৰাত গুৰুত্...

May 18, 2025 11:05 AM

views 27

বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ

বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰি হোৱাকৈ নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে এখন অধিসূচনা যোগে বাংলাদেশৰ পৰা ভাৰত হৈ নেপাল আৰু ভূটানলৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ...

May 16, 2025 8:06 PM

views 17

ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগৰ ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰত বুদ্ধ পূর্ণিমা পালন

বাংলাদেশৰ ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগৰ ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰত কালি বুদ্ধ পূর্ণিমা পালন কৰা হয়। ভগৱান বুদ্ধই নির্বান লাভ কৰা তথা তেওঁৰ জয়ন্তী উপলক্ষে পালন কৰা বুদ্ধ পূর্ণিমা অতি পৱিত্ৰ দিন। এই উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াত ভগৱান বুদ্ধৰ জীৱন দৰ্শনেৰে সমৃদ্ধ এখন নৃত্যনাটিকা প্ৰদৰ্শন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।