আন্তৰ্জাতিক সংবাদ

June 2, 2025 8:44 PM

views 24

ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ

ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত আজি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ হ'ব। ৰাছিয়াৰ হৈ ৰাষ্ট্ৰপতিৰ সহযোগিতাত আৰু উপ বিদেশ মন্ত্রী মিখাইল গালুজিনে দেশখনৰ প্ৰতিনিধিত্ব কৰিব। আনহাতে, ইউক্রেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তাম উমৰ'বে দেশখনৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব। ...

June 1, 2025 8:16 PM

views 29

পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্রত্যুত্তৰৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডেনমাৰ্কৰ প্ৰশংসা

জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা পাশৱিক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত তথা সীমান্তৰ সীপাৰৰ সন্ত্রাসবাদ নির্মূল কৰাৰ বাবে ভাৰতৰ দৃঢ় পদক্ষেপে গোলকীয় দৃষ্টি আকর্ষণ কৰিছে। ডেনমাৰ্কৰ শীর্ষস্থানীয় কূটনৈতিক বিষয়াই পাকিস্তানৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্রত্যুত্তৰৰৰ বাবে প্রধানমন...

June 1, 2025 8:05 PM

views 29

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্রীৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্রী আছাদ উদজামান খান কামালৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। যোৱা বছৰৰ জুলাই-আগষ্ট মাহৰ গণবিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দুয়োগৰাকী নেতাৰ বিৰুদ্ধে গোচৰ দ...

June 1, 2025 7:47 PM

views 22

নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  বিশেষ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত এটা দশকত ভাৰতৰ দ্ৰুত পৰিৱৰ্তনে অগণন লোকক সবল আৰু শক্তিশালী কৰি তুলিছে আৰু এই যাত্ৰা অধিক ত্বৰান্বিত...

May 30, 2025 7:51 PM

views 20

সংঘৰ্ষজৰ্জৰ গাজাত ৬০ দিনীয়া যুদ্ধ বিৰতিত ইজৰাইলৰ সন্মতি প্রকাশ

সংঘৰ্ষজৰ্জৰ গাজাত সামৰিক অভিযান অব্যাহত ৰখা অৱস্থাতে ইজৰাইলে ৬০ দিনীয়া যুদ্ধ বিৰতিৰ বিষয়ত সন্মতি প্রকাশ কৰিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লেৱিটে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে নিশ্চিত কৰি দি কয়, যে আমেৰিকাৰ মধ্যপ্রাচ্য বিষয়ৰ বিশেষ দূত ষ্টি...

May 29, 2025 3:53 PM

views 34

আমেৰিকাৰ চৰকাৰী সামৰ্থ্য দপ্তৰ, ড’জৰ মুৰব্বী হিচাপে এলন মাস্কৰ কাৰ্যকালৰ সামৰণি

■ মহাকাশ আৰু প্ৰযুক্তি ক্ষেত্ৰৰ ধন কুবেৰ এলন মাস্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সামৰ্থ্য দপ্তৰ, ড’জৰ মুৰব্বী হিচাপে তেওঁৰ কাৰ্যকালৰ সামৰণি পৰা বুলি ঘোষণা কৰিছে। এই পদত কাৰ্যনিৰ্বাহৰ জৰিয়তে পুঁজিৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক ধন...

May 26, 2025 9:25 PM

views 16

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'দিমিৰ জেলেনেস্কিৰ ভূমিকাক সমালোচনা কৰি তেওঁ কয়, যে দুয়োখন দেশে সংযম ৰক্ষা কৰি চলিলে নিৰিহ জনতাৰ প্ৰাণ ৰক্ষা পৰিব। উল্লেখ...

May 25, 2025 8:23 PM

views 23

ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ড্রোন আৰু মিছাইল আক্ৰমণত ৩টি শিশুসহ ১২ জন লোকৰ মৃত্যু

আজি পুৱাৰ ভাগত ৰাছিয়াই ইউক্রেইনৰ ওপৰত চলোৱা ড্রোন আৰু মিছাইল আক্ৰমণত ৩ টি শিশুসহ ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে। ইউক্ৰেইনৰ প্ৰশাসনে কয়, যে এই আক্ৰমণত কেৱল কিয়েভ অঞ্চলতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩ জন লোক গুৰুতৰভাৱে আহত হয়৷ ইউক্রেইনৰ বায়ু সেনা বাহিনীয়ে জনোৱা মতে, এই ...

May 25, 2025 8:17 PM

views 14

পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ বিভিন্ন অঞ্চলত ধুমুহা-বৰষুণত কমেও ১৮ জন লোকৰ মৃত্যু

পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ পৃথক পৃথক অঞ্চলত অহা ধুমুহা-বৰষুণত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰাদেশিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জনোৱা মতে ধুমুহা বৰষুণত অঞ্চলটোৰ জৰাজীৰ্ণ অট্টালিকা আৰু দুৰ্বল গাঁঠনিসমূহ ভাঙি যোৱাৰ বাবে অধিকাংশ লোকৰ মৃত্যু হৈছে। ঝিলাম,...

May 25, 2025 8:05 PM

views 18

মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীল তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত

মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীলে তিনিদিনীয়া ভ্রমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ৷ ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান-প্ৰদানৰ বাবে এই ভ্রমণসূচী অব্যাহত আছে। কাইলৈ ড০ খালীলে মালদীপৰ নেতৃত্বত সামুদ্রি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।