আন্তৰ্জাতিক সংবাদ

June 15, 2025 2:09 PM

views 42

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰ কেইখনক ভাৰতৰ সন্ত্রাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমর্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ। তেওঁ লগতে কয়, যে এই ভ্রমণে সকলো ধৰণৰ সন্ত্ৰাসবাদক উৎখাত কৰাৰ বাবে বিশ্বত সজাগতা সৃষ্টিত সহায় কৰিব। প্ৰধানমন্ত্রীয়ে আজি চাইপ্ৰাছ, ...

June 15, 2025 11:53 AM

views 20

প্রধানমন্ত্রী নৰেন্দ্র মোদী পাঁচ দিনীয়া ভ্রমণসূচীৰে চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়ালৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়াৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হ'ব। যাত্ৰাৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ ক্রিষ্টোডনিডেজৰ নিমন্ত্রণ মর্মে আজি দেশখনৰ ৰাজধানী নিকোছিয়াত উপস্থিত হ'ব। এয়া হ'ব দুটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম চাইপ্ৰাছ ভ্রমণ। ভ্রমণ...

June 14, 2025 8:34 PM

views 37

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলাইছে। তেল আবিব, জেৰুজালেম আৰু টেহৰানত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইৰানে ইজৰাইলৰ কেইবাখনো ঠাইক লক্ষ্য কৰি চলোৱা আক্ৰমণত কমেও ৩ জন লোক নিহত হৈছে আৰু ভালে সংখ্যক লোক আহত হৈছে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে ইজৰাইলৰ আক্ৰমণ দেশখনৰ...

June 14, 2025 7:42 PM

views 39

ইজৰাইলত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি

ইজৰাইলত থকা ভাৰতীয় দূতাবাসে আজি দেশখনত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি প্ৰবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থাকি ইজৰাইল প্ৰশাসনে দিয়া উপদেশ অনুসৰি সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাটোত কোৱা হৈছে যে ভাৰতীয় লোকসকলে সাৱধানতা অৱলম্বন কৰা উচিত আৰু দ...

June 14, 2025 7:40 PM

views 45

ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ দৰকাৰ হলে তেহৰানত থকা ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰিব। দূতাবাসৰ জৰুৰীকালীন নম্বৰ হৈছে প্লাছ ৯৮ ৯১২৮১০৯১১৫ আৰু প্লাছ ৯৮৯১২৮১০৯১০৯ ৷ ইয়াৰ পূৰ্বে ভাৰতীয় দূতাবাসে ইৰানৰ সাম্প্...

June 14, 2025 7:16 PM

views 21

ইজৰাইলে ইৰানৰ ভূমিত কৰা আক্রমণ শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান এণ্টনিঅ’ গুটেৰেছৰ

ইজৰাইলে ইৰানৰ ভূমিত কৰা বোমাবর্ষণ আৰু তেল আভিভক লক্ষ্য কৰি ইৰানে চলোৱা ক্ষেপনাস্ত্র আক্রমণ শীঘ্ৰেই বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয় যে শান্তি আৰু কূটনীতি বৰ্তাই ৰাখিবই লাগিব। ইউৰোপীয় আয়োগৰ অধ্যক্ষ উর্দুলা ভন ডেৰ লেয়েনে কয় য...

June 13, 2025 8:47 PM

views 22

ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপনাস্ত্ৰ কাৰখানা আদিত ইজৰাইলৰ আক্ৰমণ

ইজৰাইলে যোৱা নিশা ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপনাস্ত্ৰ কাৰখানা আৰু জ্যেষ্ঠ সেনাবাহিনীৰ নেতাক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে আক্ৰমণ সংঘটিত কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুয়ে অনাগত কেইটামান দিনলৈকে এই আক্রমণ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। আক্ৰমণৰ ফলত পশ্চিম এছিয়াত অনিশ্চয়তাৰ পৰি...

June 13, 2025 8:43 PM

views 31

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ ৰাষ্ট্ৰীয় নির্বাচন হোৱাৰ সম্ভাৱনা

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ কাৰ্যবাহী অধ্যক্ষ তাৰিক ৰহমানে দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। সেই অনুসাৰে নিৰ্বাচন সংক্রান্তীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিলে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্...

June 13, 2025 12:28 PM

views 28

শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন

শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালি প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই অনুষ্ঠানত মহাপুৰুষজনাৰ এটি বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হয়। কেন্দ্ৰটোৰ পৰিচালক আৰু প্ৰথম ...

June 13, 2025 12:16 PM

views 43

ইউক্রেইন আৰু ৰাছিয়াৰ কাৰাবন্দী বিনিময়ৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ

ইউক্রেইন আৰু ৰাছিয়াই কালি কাৰাবন্দী বিনিময়ৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ কৰে। এই পৰ্যায়ত বিনিময় কৰা কাৰাবন্দীসকলৰ মাজত গুৰুতৰভাৱে অসুস্থ আৰু আঘাতপ্রাপ্ত সৈনিকো আছে। ইউক্রেইন সশস্ত্র বাহিনী নেচনেল গাৰ্ড আৰু বৰ্ডাৰ গাৰ্ডৰ সৈনিকসকলক মুকলি কৰি দিয়া হৈছে বুলি দেশখনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে ঘো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।