নির্বাচন

September 6, 2025 9:13 PM

views 32

বি টি আৰৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰ

  বি টি আৰৰ ৪০ টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। ইয়াৰ আগেয়ে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ ...

September 5, 2025 8:41 PM

views 53

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মন্ত্রী তথা জেষ্ঠ্য বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ভোটেপোৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এ...

September 5, 2025 6:36 PM

views 45

বিটিচি নিৰ্বাচনৰ বাবে ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা

অসমত অহা ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। ৪০টা সমষ্টিৰ বাবে মুঠ ৩৮৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল। বাক্সা জিলাৰ মুঠ ৬৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ জিলাত ১৩২ গৰাকী আৰু তামুলপুৰ জিলাত ...

September 1, 2025 11:20 AM

views 42

বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা

● বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আটাইকেইটা ৰাজনৈতিক দলে পর্যায়ক্রমে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত প্ৰচাৰে বিশেষত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্রোহো আৰম্ভ হৈছে। মিত্ৰ...

August 31, 2025 9:44 PM

views 77

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ তালিকা প্রকাশৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ

সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰাৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ইউ পি পি এল দলে আজি ১৬টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্রার্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা ১৮ জন প্রার্থীকে ধৰি বৰ্তমানলৈকে মুঠ ৩৬ জন প্রার্থীৰ নাম ঘো...

August 30, 2025 10:14 PM

views 31

বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ; প্ৰশাসনৰ কেতবোৰ নিৰ্দশনা জাৰি

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। কোকৰাঝাৰ জিলাত আজি শাসনাধিষ্ঠ ইউপিপিএল দলে নির্বাচনী কার্যালয় মুকলি কৰে । এই নির্বাচনত ...

August 25, 2025 8:38 PM

views 26

বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত

আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে বি টি আৰৰ অন্তৰ্গত জিলা কেইখনত তৎপৰতা অব্যাহত ৰাখিছে। ইউ পি পি এল দলে আজি কোকৰাঝাৰত সুসংগত বড়োলেণ্ড শীৰ্ষক এটা সমদলৰ আয়োজন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা এই সমদল শুভাৰম্ভ কৰা হয়। বি টি আৰৰ মুখ্য কাৰ্যবাহী সহস...

August 25, 2025 8:06 PM

views 29

কোকৰাঝাৰত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ২৮ আগষ্টৰ ভিতৰত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ চালাকাতি পৰিষদীয় সমষ্টিৰ কালী পুখুৰীত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। আসন্ন বি টি চি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশি দিয়া ভাষণত বি টি আৰৰ শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ...

August 24, 2025 7:38 PM

views 41

বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল’বলৈ বিটিআৰ ভ্ৰমণ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙৰ

আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আইন-শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ বি টি আৰ ভ্ৰমণ কৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি চিৰাং জিলাৰ কাজলগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। তেওঁ জিলা আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মত-বিনিময় কৰ...

August 22, 2025 12:07 PM

views 37

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। ইউনাইটেড পিপ’ল্‌ছ পাৰ্টী লিবাৰেচন চমুকৈ ইউ পি পি এলে পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে পৰিষদৰ মুঠ ৪০ টা সমষ্টিৰ ভিতৰত ১৮ টা সমষ্টিৰ বাবে প্ৰাৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।