নির্বাচন

October 29, 2024 12:02 PM

views 16

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰত এটা পৰ্যায়তে হ'বলগীয়া আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰিব। মনোনয়ন পত্রসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। ৪ নৱেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২০ নৱেম্বৰত ২৮৮ খন আসনৰ বাবে ৰাজ্যখনত ভোটগ্ৰহণ কৰা হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'...

October 28, 2024 8:22 PM

views 18

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ২৫গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ২৫ গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে। দলটোৱে ভাছাই বিধানসভা সমষ্টিৰ বাবে স্নেহা প্রেমানাথ ডুবেক টিকট প্ৰদান কৰাৰ বিপৰীতে সুধাকৰ কোহালে পশ্চিম নাগপুৰ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব। সাৱনেৰ বিধানসভা সমষ্টিটোত আশীষ ৰঞ্জিত দেশমুখে ...

October 28, 2024 11:52 AM

views 17

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ আৰম্ভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ চলি আছে। এই উপ-নির্বাচনৰ বাবে শাসক-বিৰোধী আৰু নিৰ্দলীয়কে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধায্য কৰা হৈছে। ইপিনে, নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে...

October 28, 2024 11:35 AM

views 18

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ১৪ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

অহা ২০ নৱেম্বৰত হ'বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ১৪ গৰাকী প্ৰাৰ্থীৰ চতুর্থখন তালিকা প্রকাশ কৰিছে। দলে অন্ধেৰী পশ্চিম বিধানসভা আসনৰ বাবে শচীন সাৱন্তৰ সলনি অশোক যাদৱক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে নালাছুপাৰা বিধানসভা সমষ্টিৰ পৰা সন্দীপ পাণ্ডে আৰু শিৱাজীনগৰৰ পৰা দত্তাট্ৰে বাহিৰত...

October 27, 2024 8:32 PM

views 24

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা-কৰ্মীসকলে উপ-নির্বাচন হ'বলগীয়া সমষ্টিসমূহৰ কেইবাটাও প্ৰান্তত প্ৰচাৰ চলায়। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি বিহালী সমষ্টিত দলীয় প্রার্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ ...

October 26, 2024 7:50 PM

views 31

বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ ‘আপ’ৰ

আম আদমী পার্টিয়ে বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। তালিকাত প্ৰকাশ কৰা অনুসৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমত নির্বাচনী প্ৰচাৰ চলাব। প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়া, দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ লগতে প...

October 26, 2024 6:16 PM

views 35

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ইয়াৰ লগতে তেওঁ চামগুৰি সমষ্টিৰ বিজে...

October 25, 2024 10:57 AM

views 19

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

কংগ্ৰেছে মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। এই অনুসৰি দলৰ জ্যেষ্ঠ নেতা পৃথিৰাজ চৌহানে কৰাড দক্ষিণ বিধানসভা সমষ্টিৰ পৰা আৰু বিজয় বালাচাহেব থোৰাটে সংগমনেৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিধানসভাত বিৰোধী পক্ষৰ নেতা বিজয় ৱেডেটিৱাৰক ব্ৰহ্মপুৰী ...

October 24, 2024 9:08 PM

views 14

ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে এতিয়ালৈ ১৪গৰাকী প্রার্থীৰ মনোনয়ন পত্র দাখিল, কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি ৯গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াকে লৈ এই পর্যন্ত ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিলে। কাইলৈ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল অন্তিম দিন। চিদলী বিধানসভা সমষ্টিত আজি এন ডি এ সমর্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব...

October 24, 2024 9:11 PM

views 15

বিহালী সমষ্টিত কংগ্ৰেছৰ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান

ৰাজ্যৰ উপ-নির্বাচনৰ বাবে অসম সন্মিলিত মৰ্চাৰ প্রার্থিত্বক লৈ যোৱা দুদিন ধৰি অব্যাহত থকা উৎকণ্ঠাৰ অৱসান ঘটাই আজি বিহালী আসনখনৰ বাবে কংগ্ৰেছ দলে প্রার্থী ঘোষণা কৰে। দলে এই আসনখনৰ বাবে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰথমে এই আসনখন অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীক প্ৰদান কৰাৰ কথা আছিল যদিও শেষ মুহূ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।