ডি ডি নিউজ

June 22, 2025 12:13 PM June 22, 2025 12:13 PM

views 16

ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ’ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব

ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰাণৰ পাৰমাণৱিক স্থানত ইজৰাইলৰ আক্ৰমণৰ লগত সহযোগ কৰাৰ কথা বিবেচনা কৰাৰ সময়তে প্রশান্ত মহাসাগৰৰ ওপৰেৰে উৰি যোৱা আমেৰিকাৰ বোমাৰু বিমানে যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে। ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ'ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ...

June 22, 2025 12:06 PM June 22, 2025 12:06 PM

views 2

ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অধীনত বিভিন্ন ধর্মীয় অনুষ্ঠান-প্রতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, অংগনৱাড়...

June 22, 2025 11:58 AM June 22, 2025 11:58 AM

views 32

দৰং জিলাৰ থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ ৩৫ জন ব্যক্তি অসুস্থ

দৰং জিলাৰ জলজলী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত ৰঙামাটি ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৰু থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ কালি ৩৫ জন ব্যক্তি শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। অসুস্থ ব্যক্তিসকলৰ ভিতৰত শিশুসহ ১১ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্য বিভাগৰ প্ৰতিবেদন ...

June 20, 2025 11:51 AM June 20, 2025 11:51 AM

views 14

প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰা অনুসৰি প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, যে কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা ২০০১-২০০৩ চনৰ চেম্পুল ৰিচাৰ্চ চিষ্টেম অনুসৰি ৰাজ্যত প্ৰতি লাখ প্ৰসূতিৰ ভিতৰত ৪৯০গৰ...

June 12, 2025 3:15 PM June 12, 2025 3:15 PM

views 28

দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে: বিত্তমন্ত্ৰী

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী সীতাৰমনে কয়, যে ২০১৪ চনত ৭ হাজাৰ কোটিৰো অধিক প্ৰত্যক্ষ লাভ হস্তান্তৰ কৰা হৈছিল আৰু বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ ৬ লাখ ৪৩ হাজাৰ কোটিলৈ বৃদ্ধি হৈছে। ২০২৪...

June 10, 2025 8:21 PM June 10, 2025 8:21 PM

views 40

অসমৰ ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে বানৰ কবলত

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বানত আজি শ্রীভূমি জিলাত এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৰাজ্যখনত বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহি...

June 4, 2025 8:32 PM June 4, 2025 8:32 PM

views 13

মিৰাজ কৰ্ডলাইন প্ৰকল্পত ৰে’ল মন্ত্ৰালয়ৰ অনুমোদন

ৰে'ল মন্ত্ৰালয়ে মহাৰাষ্ট্ৰত চেণ্ট্ৰেল ৰে'লৱেৰ অধীনত প্রায় ১২৯ কোটি টকা ব্যয় সাপেক্ষ মিৰাজ কৰ্ডলাইন প্ৰকল্পত অনুমোদন জনাইছে। ১ দশমিক ৭ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'ললাইনে ৰেল পৰিচালনা পদ্ধতি উন্নত কৰাৰ লগতে মিৰাজ জংছনৰ ভিৰ নিয়ন্ত্ৰণ কৰিব। মিৰাজ জংছন হৈছে - মিৰাজ -পুণে, মিৰাজ-কোলহাপুৰ আৰু মিৰাজ -লণ্...

May 19, 2025 8:37 PM May 19, 2025 8:37 PM

views 15

চৰাইদেউত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ড

চৰাইদেউ জিলাৰ সোণাৰিত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত আজি ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হয়। চৰাইদেউ জিলাৰ ন্যায়িক আদালতে আজি এই ঐতিহাসিক ৰায় দিয়ে। উল্লেখযোগ্য যে ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত চৰাইদেউৰ জলহা গাঁৱত একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণত ফুলেশ...

May 8, 2025 8:26 PM May 8, 2025 8:26 PM

views 12

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রীৰ

চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী আদেল আল জুবেইৰে আজি পুৱা নতুন দিল্লীত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। তেওঁলোকৰ মাজত অনুষ্ঠিত বৈঠকৰ বিষয়ে জানিবলৈ দি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে তেওঁ চৌ...

May 6, 2025 8:25 AM May 6, 2025 8:25 AM

views 22

চীনৰ ঝাও ঝিনটং এছিয়াৰ প্ৰথমগৰাকী বিশ্ব স্নুকাৰ চেম্পিয়ন হিচাপে পৰিগণিত

● চীনৰ ঝাও ঝিনটং এছিয়াৰ প্ৰথমগৰাকী বিশ্ব স্নুকাৰ চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। কালি অনুষ্ঠিত ফাইনেলত ২৮ বছৰীয়া খেলুৱৈগৰাকীয়ে তিনিবাৰৰ বিশ্ব চেম্পিয়ন মার্ক উইলিয়ামছৰ বিৰুদ্ধে ১৮- ১২ ফলাফলত বিজয় অর্জন কৰি এই কৃতিত্ব লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।