ডি ডি নিউজ

October 21, 2025 7:10 PM

views 45

আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী কর্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্রতি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ শ্রদ্ধা নিবেদন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী কর্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্রতি শ্রদ্ধা নিবেদন কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি আৰক্ষী কৰ্মীসকলৰ অভূতপূর্ব প্রতিশ্রুতিবদ্ধতা সন্মানৰ উৎস স্বৰূপ। তেওঁ কয়, যে যি...

October 17, 2025 8:34 PM

views 44

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীৰ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীয়ে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রী মোদীয়ে গাজা শান্তি চুক্তি শান্তি চুক্তিৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে ৰাষ্ট্ৰপতি অব্দেল ফটৰ অল চিচিক ধন্যবাদ জ্ঞাপন কৰে আৰু এই চুক্তিয়ে অঞ্চলটোত স্থায়ী শান্তি স্থ...

October 17, 2025 7:45 PM

views 32

কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীক শ্রদ্ধা নিবেদন ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কাহিলিপাৰালৈ গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ...

October 13, 2025 1:09 PM

views 55

অহা ১৫ অক্টোবৰত এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল ঘোষণা

 অহা ১৫ অক্টোবৰত এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে সেইদিনা দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবচাইটত প্রার্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফ...

October 11, 2025 8:19 PM

views 132

প্ৰযুক্তি আৰু অর্থনৈতিক সহযোগিতা কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙৰ অংশগ্ৰহণ

আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্রধানমন্ত্রী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্রদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত আয়োজিত ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰত...

October 7, 2025 6:36 PM

views 35

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনা ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কাইলৈ ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব।

October 6, 2025 8:34 PM

views 32

আমিনগাঁৱত আজিৰে পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ, নেপালৰ বিৰুদ্ধে জয়েৰে ভাৰতৰ অভিযান আৰম্ভ

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনাই আয়োজক দেশ ভাৰতে নেপালৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰিছে। কাইলৈ ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে খেলিব। পৰৱৰ্তী ৰাউণ্ডত ভাৰত ১৪ বাৰৰ চেম্পিয়ন চীন অথবা বেডমিণ্টনৰ অন্যতম শক্তিশালী দেশ জাপান, থাইলে...

October 4, 2025 12:31 PM

views 47

শিৱৰাজ সিং চৌহানৰ আজি পাটনা ভ্রমণ

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে আজি বিহাৰৰ পাটনা ভ্রমণ কৰিব। এই ভ্রমণ কালত মন্ত্ৰী চৌহানে বিহাৰৰ ৰাজধানী চহৰখনত অনুষ্ঠিত মাখনা মহোৎসৱত ভাগ লোৱাৰ লগতে ৰবি কৰ্মশালা তথা কৃষি পৰামৰ্শ আলোচনাত অংশগ্রহণ কৰিব। এই অনুষ্ঠানসমূহত কৃষক আৰু বিভিন্ন কৃষি সংস্থাৰ উপস্থিতিও দেখা পোৱা যাব।

September 7, 2025 7:59 PM

views 358

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী উপলক্ষে সোমবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী উপলক্ষে সোমবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমবাৰে শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প...

August 26, 2025 8:25 PM

views 141

একলব্য আদর্শ আৱাসিক বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বজালী জিলাৰ খাৰাধৰাত আজি জনজাতীয় লোকসকলৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে নির্মিত এখন একলব্য আদর্শ আৱাসিক বিদ্যালয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্বোধন কৰে। বিদ্যালয়খন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ জনজাতীয় ছ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।