ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে বিটিআৰত মাছ ধৰাত নিষেধাজ্ঞা

♦ বিটিচি প্ৰশাসনৰ মীন বিভাগে মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে বিটিআৰত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে আজি তামুলপুৰ জিলা প্রশাসনেও জিলাখনত এই নিষেধাজ্ঞা জাৰি কৰে। তামুলপুৰ জিলা আয়ুক্তই প্রকাশ কৰা মতে জিলাখনত আঢ়ৈ বৰ্গ ইঞ্চিতকৈ কম ব্যাসাৰ্ধৰ যিকোনো জালৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে কণী থকা মাছ ধৰাৰ ক্ষেত্ৰতো প্রতিবন্ধকতা আৰোপ কৰা হৈছে।