June 23, 2025 7:05 PM
কোকৰাঝাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত হিতাধিকাৰীসকলৰ মাজত অসম চৰকাৰৰ আর্থ-সামাজিক সজাগতা কাৰ্যসূচী
কোকৰাঝাৰ জিলাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত আজি চৰকাৰে হিতাধিকাৰীসকলৰ মাজত আর্থ-সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচ...