February 2, 2025 11:56 AM February 2, 2025 11:56 AM
10
চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ আনুষ্ঠানিকভাবে মুকলি
চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত কালিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি আনুষ্ঠানিকভাবে এই উৎসৱ মুকলি কৰে। এই উপলক্ষে শ্ৰী বড়োৱে কয়, যে সাহিত্যৰ কোনো সীমা নাথাকে। তেওঁ লগতে কোকৰাঝাৰ সাহিত্য উৎসৱত...