February 2, 2025 6:49 PM February 2, 2025 6:49 PM
7
কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আমদানিকৃত আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে দেশখনলৈ আহিবলগীয়া ১৫৫ বিলিয়ন ডলাৰ মূল্যৰ আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ঘোষণা কৰিছে। অটোৱাত অনুষ্ঠিত সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীটুডুৱে ১২৫ বিলিয়ন ডলাৰৰ আমেৰিক...