February 2, 2025 11:50 AM February 2, 2025 11:50 AM
14
অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম
অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবার্ষিক পাঠশালাৰ অধিৱেশনৰ কালি দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। কালি পুৱা সভাপতি ড০ সূর্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি ভাষা সাহিত্যৰ অগ্ৰগতিৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আগবাঢ়িব লাগিব...