February 22, 2025 11:33 AM February 22, 2025 11:33 AM

views 7

পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ অসমৰ চাহৰ ২০০ বছৰীয়া ঐতিহ্য উদযাপনৰ উদ্দেশ্যে হ'বলগীয়া ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আহিব। সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীতো ভাগ ল'ব। প্রধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ...

February 21, 2025 8:34 PM February 21, 2025 8:34 PM

views 4

প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কাঞ্চন প্ৰসাদৰ

দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদে প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কৰে। মহাকুম্ভস্থলীৰ চেক্টৰ-৪ত থকা কুম্ভবাণী কেন্দ্ৰত ভাষণ দি শ্রীমতী প্রসাদে আজি কয় যে কুম্ভমেলাৰ দৰে ঐশ্বৰিক অনুষ্ঠানৰ বাণীসমূহ জনসাধাৰণৰ হৃদয়লৈ লৈ যোৱাত কুম্ভবাণী কেন্দ্রই অবিশ্বাস্...

February 21, 2025 8:33 PM February 21, 2025 8:33 PM

views 14

কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে বিদেশী শক্তিৰ সমৰ্থন গ্ৰহণ কৰিছে বুলি বিজেপিৰ অভিযোগ

কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে বিদেশী শক্তিৰ সমৰ্থন গ্ৰহণ কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰে। দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতা গৌৰৱ ভাটিয়াই কয় যে নির্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে আমেৰিকাৰ সাহায্য গ্ৰহণ কৰা হৈছে। বিদেশী শক্তিৰ সমৰ্থন পালেও প্...

February 21, 2025 8:31 PM February 21, 2025 8:31 PM

views 10

অমিত শ্বাহৰ অধ্যক্ষতাত পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পশ্চিম মাণ্ডলিক পৰিষদত গুজৰাট, গোৱা, মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন আৰু দিউ অন্তৰ্ভুক্ত। বৈঠকত আঞ্চলিক পর্যায়ত আন্তঃগাঁথনি, খনন, পৰিৱেশ আৰু বনাঞ্চল,...

February 21, 2025 8:30 PM February 21, 2025 8:30 PM

views 11

বম্বে উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তি প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ অনুমোদন

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত তিনিগৰাকী ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কালি অনুষ্ঠিত এখন বৈঠকত কলেজিয়ামে ন্যায়াধীশ শৈলেশ প্রমোদ ব্রহ্মে, ফিদোষ ফিৰোজ পুনিৱালা আৰু জিতেন্দ্ৰ শান্...

February 21, 2025 8:29 PM February 21, 2025 8:29 PM

views 11

নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫

নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ এই মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ মূল প্রতিপাদ্য বিষয় হৈছে উন্নত কৃষি - বিকশিত ভাৰত। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ নতুন প্রজাতি আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন এই মেলা অন্যতম আ...

February 21, 2025 8:27 PM February 21, 2025 8:27 PM

views 5

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে ভাৰতত আমেৰিকাৰ পুঁজি সন্দৰ্ভত প্ৰকাশ পোৱা শেহতীয়া বাতৰি সন্দৰ্ভত সংশ্লিষ্ট বিভাগ আৰু সংস্থাই অনুস...

February 21, 2025 8:25 PM February 21, 2025 8:25 PM

views 13

চীনৰ প্ৰতিপক্ষ ৱাং য়ীৰ সৈতে বৈঠকত মিলিত ড° এছ জয়শংকৰৰ

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকৰ আপাহতে আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ প্ৰতিপক্ষ ৱাং য়ীৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয়, যে বৈঠকত তেওঁলোকে সীমান্ত অঞ্চল...

February 21, 2025 8:24 PM February 21, 2025 8:24 PM

views 13

জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি প্ৰকাশ কৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত চলি থকা জি- ২০ বিদেশ মন্ত্ৰীৰ বৈঠকত ড° জয়শংকৰে এই মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত খাদ্য, শক্তি...

February 21, 2025 7:33 PM February 21, 2025 7:33 PM

views 6

অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাত সৌৰভ ঘোষাল ছেমিফাইনেলত প্ৰৱেশ

অষ্ট্ৰেলিয়াৰ চিডনীত অনুষ্ঠিত অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ভাৰতৰ সৌৰভ ঘোষাল আজি চেমিফাইনেলত প্ৰৱেশ কৰিছে। সৌৰভে দক্ষিণ কোৰিয়াৰ মিনৌ লীক ১১–৬, ১১–৬ আৰু ১১-৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। চেমিফাইনেলত ঘোষালে তৃতীয় বাচনিৰ অষ্ট্ৰেলিয়াৰ ৰিছ দৌলিঙৰ মুখামুখি হ...