February 22, 2025 12:14 PM February 22, 2025 12:14 PM

views 16

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ পৰ্যটন, কৃষি, ছে...

February 22, 2025 12:06 PM February 22, 2025 12:06 PM

views 11

আই এছ এলত নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি বেংগালুৰু ফুটবল ক্লাব পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত

ইণ্ডিয়ান চুপাৰ লীগ, আই এছ এল ফুটবল প্রতিযোগিতাত বেংগালুৰু ফুটবল ক্লাবে নর্থ ইষ্ট ইউনাইটেডক ২-০ গ'লত পৰাস্ত কৰি পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে । কালি শ্বিলঙৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত বেংগালুৰু এফ চিৰ ৰিয়ান উইলিয়ামছ এ তৃতীয় মিনিটত আলবার্টো নোগুৱেৰাই ৮১ মিনিটত গ'ল দিয়ে। বেংগালুৰুৱে ২১...

February 22, 2025 12:02 PM February 22, 2025 12:02 PM

views 10

এফ আই এইচ প্ৰ’ লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ হাতত আয়াৰলেণ্ড পৰাস্ত

এফ আই এইচ প্ৰ' লীগ হকী প্ৰতিযোগিতাত যোৱা নিশা ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতৰ পুৰুষ দলে আয়াৰলেণ্ডক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আয়াৰলেণ্ডৰ জেৰেমি ডানকানে ৮ মিনিটত দিয়া প্ৰথমটো গ'লেৰে শক্তিশালীভাৱে খেল আৰম্ভ কৰিছিল যদিও ভাৰতৰ মনদীপ সিঙে প্ৰথমটো গ'ল দি দলটোক সবল স্থিতিলৈ আনে। ভাৰত...

February 22, 2025 11:59 AM February 22, 2025 11:59 AM

views 5

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আফগানিস্তান দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ কৰাচীত অনুষ্ঠিত গ্রুপ-বিৰ দিবা-নৈশ এখন খেলত কালি দক্ষিণ আফ্রিকাই আফগানিস্তানক ১০৭ ৰাণত পৰাস্ত কৰে। আফগানিস্তানে ৩১৬ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰৰ ৩৯টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ...

February 22, 2025 11:55 AM February 22, 2025 11:55 AM

views 13

আকাশবাণীযোগে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰ...

February 22, 2025 11:53 AM February 22, 2025 11:53 AM

views 5

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ অৱসানৰ উদ্দেশ্যে হ’বলগীয়া আলোচনাত ইউক্রেইনৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ আৱশ্যকতা নাই : ডনাল্ড ট্ৰাম্প

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে ইউক্রেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে হ'বলগীয়া আলোচনাত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কি উপস্থিত থকাৰ আৱশ্যকতা নাই। ফক্স নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বৈঠকত জেলেনস্কি উপস্থিত থকাটো গুৰুত্বপূৰ্ণ নহয়...

February 22, 2025 11:49 AM February 22, 2025 11:49 AM

views 4

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰত প্ৰায় ১৭ লাখ নতুন কৰ্মচাৰীৰ নামভৰ্তি

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰত প্ৰায় ১৭ লাখ নতুন কৰ্মচাৰীক নামভৰ্তি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অস্থায়ী পে ৰোলৰ প্ৰকাশিত তথ্য অনুসৰি চলিত মাহত ২০,৩৬০টা নতুন প্রতিষ্ঠান এই আঁচনিৰ সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ অনা হয় । ইয়া...

February 22, 2025 11:46 AM February 22, 2025 11:46 AM

views 12

নতুন দিল্লীত কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন

নতুন দিল্লীত আজি কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই মেলা উদ্বোধন কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই কৃষি মেলাৰ মূল বিষয়বস্তু হৈছে উন্নত কৃষি-বিকশিত ভাৰত। কৃষি বিজ্ঞান মেলাৰ মূল আকৰ্ষণ হৈছে ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানে বিকশাই তোলা ...

February 22, 2025 11:43 AM February 22, 2025 11:43 AM

views 3

জোহান্সবার্গত অনুষ্ঠিত জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকত মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত চলি থকা জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰি কালি ড০ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত খাদ্য, শক্তি...

February 22, 2025 11:38 AM February 22, 2025 11:38 AM

views 4

২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনত উপ-ৰাষ্ট্ৰপতিৰ উদ্বোধনী ভাষণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে বহনক্ষম উন্নয়ন এতিয়া কোনো বিকল্প নহয়, বৰং এয়া হৈছে একমাত্র উপায়। নতুন দিল্লীত কালি ২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি শ্রীধনখড়ে এইদৰে কয়। তেওঁ কয়, যে গ্ৰাম্য খণ্ডৰ সহায়ৰ জৰিয়তেহে বহনক্ষম উন্নয়নৰ ভেঁটি স্থাপন ...