February 21, 2025 8:34 PM February 21, 2025 8:34 PM
4
প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কাঞ্চন প্ৰসাদৰ
দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদে প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কৰে। মহাকুম্ভস্থলীৰ চেক্টৰ-৪ত থকা কুম্ভবাণী কেন্দ্ৰত ভাষণ দি শ্রীমতী প্রসাদে আজি কয় যে কুম্ভমেলাৰ দৰে ঐশ্বৰিক অনুষ্ঠানৰ বাণীসমূহ জনসাধাৰণৰ হৃদয়লৈ লৈ যোৱাত কুম্ভবাণী কেন্দ্রই অবিশ্বাস্...