March 16, 2025 1:20 PM March 16, 2025 1:20 PM

views 32

বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ গণশিল্পী মঘাই ওজা বঁটা

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী মঘাই ওজা বঁটা এই বছৰ বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ আগবঢ়োৱা হৈছে। কালি যোৰহাটৰ হাতীগড় নাওশলিয়াত থকা মঘাই ওজা কলাক্ষেত্ৰত সমাজে আয়োজন কৰা গণশিল্পীগৰাকীৰ ৪৫ সংখ্যক মৃত্যু দিৱসত এই ...

March 16, 2025 1:11 PM March 16, 2025 1:11 PM

views 2

গুৱাহাটীৰ শিল্পগ্ৰামত একাংশ সাংবাদিক তথা সংবাদকৰ্মীৰ গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা পৰিৱেশন

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্র অর্থাৎ NEZCC ৰ সহযোগত কালি গুৱাহাটীৰ শিল্পগ্ৰামত মহানগৰীৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকে গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা এখনি পৰিৱেশন কৰে। অসমীয়া ভাষাত পৰিৱেশিত এই ভাওনাখনিৰ উদ্বোধনী অনুষ্ঠানত সংগীত-নাটক একাডেমী বঁটাৰে...

March 16, 2025 1:06 PM March 16, 2025 1:06 PM

views 2

অসম চৰকাৰৰ প্ৰজিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে অধিবক্তা মাখন ফুকনক নিযুক্তি

অসম চৰকাৰে নতুনকৈ গঠন কৰা প্ৰজিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগে কালি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে। একেদৰে সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে অধিবক্তা ধনেশ দাস, শান্তনু ভট্টাচাৰ্য আৰু মানস হালৈক নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্...

March 16, 2025 12:54 PM March 16, 2025 12:54 PM

views 4

অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছেঃ  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি তেওঁ কয়, যে অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখ...

March 16, 2025 12:36 PM March 16, 2025 12:36 PM

views 5

চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্রকল্পস্থলী পৰিদৰ্শন কৰি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰকল্পৰ কাম-কাজ দ্রুত গতিত চলি আছে আৰু ছমাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। দৌল উৎসৱ উপলক্ষে কালি বটদ্ৰৱাত গোসাঁইৰ ওচৰত স...

March 16, 2025 12:31 PM March 16, 2025 12:31 PM

views 7

কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন...

March 15, 2025 8:27 PM March 15, 2025 8:27 PM

views 5

২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠানৰ প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠান (ইউ এন চি টি এ ডি)য়ে ২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। ইউ এন চি টি এ ডিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪ বৰ্ষত বিশ্ব বাণিজ্য যথেষ্ট বৃদ্ধি পায় যদিও এই সময়ছোৱাত কেইবাখনো উন্নত ৰাষ্ট্ৰৰ ব্যৱসায় হ্রাস পায়। অৱশ্যে...

March 15, 2025 8:26 PM March 15, 2025 8:26 PM

views 8

শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেকট্রনিক আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, শ্ৰীপেৰাম্বডুৰ আৰু মানালুৰত এহেজাৰ ১১২ কোটি টকা ব্যয় সাপেক্ষে দুটা বৈদ্যুতিক উদ্যোগ স্থাপন কৰা হ'ব। শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কৰি অমৃত আঁচনিৰ অধীনত ৭৭ টা ৰে'ল ষ্টেচন পুনৰ...

March 15, 2025 8:24 PM March 15, 2025 8:24 PM

views 2

ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকৰ ২০২৫ বৰ্ষৰ ডিজিটেল ট্রেন্সফ’ৰমেছন বঁটাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক বাছনি

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ক ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকে ২০২৫ বৰ্ষৰ ডিজিটেল ট্রেন্সফ'ৰমেছন বঁটাৰ বাবে বাছনি কৰিছে। প্ৰৱাহ আৰু সাৰথি উদ্যমৰ বাবে আৰ বি আইলৈ এই বঁটা আগবঢ়োৱা হৈছে। আৰ বি আয়ে নিজাববীয়াকৈ এই এপ দুটা বিকশাই তুলিছে। পুৰস্কাৰ কমিটীয়ে এই ডিজিটেল উদ্যমৰ বাবে কাগজৰ ব্যৱহাৰ হ্ৰাস পোৱা বুল...