December 7, 2025 9:02 PM December 7, 2025 9:02 PM
5
কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাট কলৰ শেহতীয়া অচলাবস্থা সন্দৰ্ভত মন্ত্রী তথা স্থানীয় বিধায়ক কেশৱ মহন্তৰ মৰাপাট কলটোৰ পৰিচালনা মণ্ডলীৰে আলোচনা
কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাট কলৰ শেহতীয়া অচলাবস্থা দূৰ কৰা সন্দৰ্ভত মন্ত্রী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই আজি মৰাপাট কলটোৰ পৰিচালনা মণ্ডলীৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে মৰাপাট যোগনীয়াৰ আৰু কলটোৰ কৰ্তৃপক্ষৰ মাজত চলি থকা সংঘাতৰ পৰিণতিত যোৱা এসপ্...