December 8, 2025 11:32 AM December 8, 2025 11:32 AM
6
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ প্ৰদান কাৰ্য্যসূচী আৰম্ভ হৈছে। এইবাৰ এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষার্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। এই উপলক্ষে গুৱাহাটীৰ পাঞ...