December 7, 2025 8:35 PM December 7, 2025 8:35 PM

views 5

দিল্লী বিমান বন্দৰ কর্তৃপক্ষই যাত্রীসকলক বিমান বন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে বিমানৰ শেহতীয়া স্থিতি সম্পর্কে জানি ল’বলৈ পৰামৰ্শ দিছে

শেহতীয়াকৈ ইণ্ডিগো বিমানসমূহ উৰণত বিলম্ব তথা বাতিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত দিল্লী বিমান বন্দৰ কর্তৃপক্ষই যাত্রীসকলক বিমান বন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে বিমানৰ শেহতীয়া স্থিতি সম্পর্কে জানি ল'বলৈ পৰামৰ্শ দিছে। এই সন্দর্ভত প্রকাশিত এটা নির্দেশনাৰ জৰিয়তে দিল্লী বিমান বন্দৰ কর্তৃপক্ষই কয়, যে এই বিলম্ব তথা উৰণ ...

December 7, 2025 8:32 PM December 7, 2025 8:32 PM

views 9

গুৱাহাটী মাষ্টাৰ্ছ ২০২৫ বেডমিণ্টন প্রতিযোগিতাত সংস্কাৰ সৰস্বতৰ পুৰুষৰ ছিংগল শাখাত খিতাপ অৰ্জন

গুৱাহাটী মাষ্টাৰ্ছ ২০২৫ বেডমিণ্টন প্রতিযোগিতাত আজি সংস্কাৰ সৰস্বতে পুৰুষৰ ছিংগল শাখাত খিতাপ অৰ্জন কৰিছে। সৰস্বতে ফাইনেল খেলত প্রতিদ্বন্দ্বী মিথুন মঞ্জুনাথক ২১ ১১, ১৭-২১, ২১-১৩ গেমত পৰাস্ত কৰি খিতাপ অর্জন কৰে। আনহাতে পুৰুষৰ দ্বৈত শাখাৰ ফাইনেলত ভাৰতৰ প্ৰথৱী কৃষ্ণমূৰ্তি বয় আৰু কে ছাই প্রতীক মালয়েছিয়াৰ ...

December 7, 2025 8:22 PM December 7, 2025 8:22 PM

views 7

চীনৰ জিনজিয়াং উইণ্ডত সংঘটিত হোৱা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত

চীনৰ জিনজিয়াং উইণ্ডৰ স্বায়ত্ব শাসিত অঞ্চলত যোৱা নিশা সংঘটিত হোৱা এটা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উন্মু মহানগৰৰ দ্রুতগতিৰ ঘাইপথৰ বিভিন্ন অংশত সংঘটিত পৃথক পৃথক দূর্ঘটনাত ৫ খন বৃহৎ তথা ৭ খন সৰু বাহনকে ধৰি কেইবাখনো বাহন ক্ষতিগ্রস্ত হয়। ডাঠ কুঁৱলী ত...

December 7, 2025 8:13 PM December 7, 2025 8:13 PM

views 6

বিজ্ঞানীসকলৰ উদ্ভাৱণসমূহৰ দ্বাৰা সমাজৰ প্ৰান্তীয় লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীৰ আহ্বান

হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীয়ে বিজ্ঞানীসকলক তেওঁলোকৰ উদ্ভাৱণসমূহ পৰীক্ষাগাৰৰ পৰা বাহিৰলৈ নি সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। পঞ্চকুলাত একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দ্বিতীয় দিনাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্...

December 7, 2025 8:02 PM December 7, 2025 8:02 PM

views 12

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালৰ প্রকাশ

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে গ্রাহককেন্দ্রিক তথা স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালে আজি প্রকাশ কৰিছে। নতুন দিল্লীত শক্তি বিতৰণ খণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ প্রযুক্তি সন্দর্ভত...

December 7, 2025 7:58 PM December 7, 2025 7:58 PM

views 16

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শীঘ্রেই আহমেদাবাদে গোলকীয় ক্রীড়াক্ষেত্রত শীর্ষ স্তৰ স্পৰ্শ কৰিব বুলি আশা প্রকাশ কৰিছে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শীঘ্রেই আহমেদাবাদে গোলকীয় ক্রীড়াক্ষেত্রত শীর্ষ স্তৰ স্পৰ্শ কৰিব বুলি আশা প্রকাশ কৰিছে। শ্রীশ্বাহে লগতে ২০৩৬ চনত ভাৰতে অলিম্পিক আয়োজনৰ সুবিধা লাভ কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, যে বিগত কিছু বর্ষত আহমেদাবাদত বিশ্বমানৰ ক্রীড়া আন্তঃগাঁথনি উপলব্ধ হৈছে। চহৰখনত ক্রীড়াক্...

December 7, 2025 7:33 PM December 7, 2025 7:33 PM

views 7

নগাঁও জিলাৰ নেহৰুবালিত সৰ্বভাৰতীয় হাফ মাৰাথন অনুষ্ঠিত হয়

নগাঁও জিলাৰ নেহৰুবালিত আজি জিলাখনৰ সামাজিক-সাংস্কৃতিক সংগঠন প্ৰবাহৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত সৰ্বভাৰতীয় হাফ মাৰাথন অনুষ্ঠিত হয়। তিনিটা শাখাত অনুষ্ঠিত এই প্রতিযোগিতাত মণিপুৰ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশকে ধৰি দেশৰ বিভিন্ন ঠাইৰ ৩০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মাৰাথনত ...

December 7, 2025 7:28 PM December 7, 2025 7:28 PM

views 19

মাজুলীত চৰাইচোং মহোৎসৱ ২০২৫

১৬৩৩ খৃষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই মাজুলীত সংৰক্ষণ কৰা অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাই চোঙৰ ৩৯২ বছৰীয়া ঐতিহ্য সুঁৱৰি চৰাইচোঙত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা তথা পক্ষী বিচৰণক্ষেত্ৰ হিচাপে পুনৰ উজ্জিৱীত কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে চৰাইচোং মহোৎসৱ ২০২৫ অনুষ্ঠিত হৈছে। মাজুলী সা...

December 7, 2025 7:17 PM December 7, 2025 7:17 PM

views 10

তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ

অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অধ্যাপক ধ্ৰ...

December 7, 2025 7:10 PM December 7, 2025 7:10 PM

views 11

শিলচৰৰ উধাৰবন্দত ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উধাৰবন্দত সমষ্টিটোৰ ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰে ৰাজ্যৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থন...