September 2, 2025 1:52 PM
4
ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কাইলৈ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ন’ভাক জ’ক’ভিছ
ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্থাৰ এছ ষ্টেডিয়ামত কাইলৈ ন’ভাক জ’ক’ভিছ টেইলৰ ফ্ৰীটজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২৪ বাৰকৈ গ্ৰেণ্ড শ্লাম পৰ্যায়ৰ প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰা জ’ক’ভিছে প্রি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ জন লেনার্ড ষ্টাফক ৬-৩, ৬-৩, ৬-২ ফলাফলত পৰাস্ত ক...