September 2, 2025 8:24 PM

views 37

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহন আন্তঃগাথনিত ১ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহন আন্তঃগাথনিত বিগত দুবছৰত এহেজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত আয়ো...

September 2, 2025 8:17 PM

views 18

অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ সামৰণি

অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি বিয়লি ৪ বজাত সামৰণি পৰে। তামুলপুৰত পাঁচটা পৰিষদীয় সমষ্টিৰ একাংশ প্রার্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা হয়। গয়বাৰী আৰু গোৰেশ্বৰ সম...

September 2, 2025 7:23 PM

views 52

৬ ছেপ্তেম্বৰত আকাশবাণীৰ দৃষ্টিপাতত ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি বিশেষ অনুষ্ঠান প্ৰচাৰ

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড° ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ...

September 2, 2025 7:10 PM

views 16

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ মৃত্যুৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎ‍সকসহ ৭ জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভ...

September 2, 2025 7:06 PM

views 25

ডিব্ৰুগড়ত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা সবলীকৰণ কেন্দ্ৰই অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত নাহৰতলী চাহ বাগিছা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক ডাঃ প্ৰয়াসী কাশ্যপ আৰু গৱেষক কিৰণ ...

September 2, 2025 7:04 PM

views 26

হোজাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাত ৩১ হাজাৰ ৯১০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্পকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীসকল উপকৃত হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড° শৰ্মাই জিলা সদৰ শ...

September 2, 2025 1:56 PM

views 7

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি বিয়লি ভাৰতত উপস্থিত হ'ব। ভ্রমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। অভ্যাগত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ী সকলকো সাক্ষাৎ কৰাৰ কথা আছে। ভ্ৰমণকালত উভয় দেশৰ মা...

September 2, 2025 1:55 PM

views 14

প্রধানমন্ত্ৰীৰ চীন ভ্ৰমণে ছাংহাই সহযোগিতা সংস্থাৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰি তুলিলেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া চীন ভ্রমণক প্ৰশংসা কৰি ইয়াক গোলকীয় মঞ্চত ভাৰতৰ কুটনৈতিক আৰু কৌশলগত উপস্থিতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ হিচাপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীৰ সফল চীন ভ্রমণ তেওঁৰ কূটনৈতিক দক্ষতা আৰু ভূ- ৰাজনৈতিক সমস্যাসমূহৰ বা...

September 2, 2025 1:54 PM

views 13

ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত ইউক্রেইন সংঘাত সমাধানৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ প্ৰশংসা

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত ইউক্রেইন সংঘাতৰ সমাধানৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ গ্ৰহণ কৰা উদ্যমৰ বাবে তেওঁ ভাৰতৰ লগতে অন্যান্য সহযোগী ৰাষ্ট্ৰসমূহৰ শলাগ লয়। এই সন্মিলনৰ আপাহতে প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে সংঘাত...

September 2, 2025 1:53 PM

views 16

আফগানিস্তানত ভয়াৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮১২লৈ বৃদ্ধি

২০১৫ চনৰ পাছত আফগানিস্তানত কালি হোৱা আটাইতকৈ ভয়াৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮১২ লৈ বৃদ্ধি পাইছে। ভূমিকম্পত এইপর্যন্ত দুহেজাৰ ৮১৭ গৰাকী লোক আঘাতপ্রাপ্ত হোৱাৰ বাতৰি আহিছে। দেশখনৰ চৰকাৰী মুখপাত্র জাবিহুল্লাহ মুজাহিদে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত কুনাৰ অঞ্চলটো সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ...