September 1, 2025 8:32 PM
39
নেতাসকলে সদন আৰু বিধানসভাৰ মৰ্যাদা আৰু মান অটুত ৰখা উচিত : ৰিজিজু
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে নির্বাচিত নেতাসকলে সদন আৰু বিধানসভাৰ মৰ্যাদা আৰু মান অটুত ৰখা উচিত। নতুন দিল্লীত আজি দিল্লী বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ ছাৰ্টি লাল গোৱেলৰ ৯৮ সংখ্যক জয়ন্তী উদযাপনৰ অনুষ্ঠানত সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীৰিজিজুৱে কয় যে বর্তমান সময়ত ভালে...