September 3, 2025 12:24 PM

views 16

নতুন দিল্লীত সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক

নতুন দিল্লীত আজি সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক আৰম্ভ হ'ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই দুদিনীয়া বৈঠকৰ অধ্যক্ষতা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত স্বাধীনতা দিৱসৰ দিনা কৰা ঘোষণা অনুসৰি এইবেলি বৈঠকত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱাকৰ সংস্কাৰ সন্দৰ্ভত বিশেষ আল...

September 3, 2025 12:20 PM

views 8

পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট উপহাৰ দিয়াৰ লগে লগে অৰ্ধ পৰিবাহী খণ্ডত ভাৰতৰ যাত্ৰা ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয়। নতুন দিল্লীত কালি ছেমিকন ইণ্ডিয়া ২০২৫ৰ প্ৰথম দিনটোত ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰীগৰাকীক এই উপহাৰ প্...

September 2, 2025 8:41 PM

views 27

কে চন্দ্ৰশেখৰ ৰাৱৰ কন্যা কে. কবিতাক দল বিৰোধী কাৰ্য্য-কলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ

তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ, প্রাক্তন মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ কন্যা তথা বিধান পৰিষদৰ সদস্য কে. কবিতাক দল বিৰোধী কাৰ্য্য-কলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰিছে। হায়দৰাবাদত আজি দলৰ অনুশাসনৰ দায়িত্বত থকা টি ৰবীন্দ্ৰৰ ৰাও আৰু সোমা ভাৰত কুমাৰে এই কথা ঘোষণা কৰি কে কবিতা...

September 2, 2025 8:39 PM

views 14

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কেইবাখনো গাঁৱত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কেইবাখনো গাঁৱত আজি নিৰাপত্তা বাহিনীয়ে যৌথভাৱে ঘেৰাও আৰু তালাচী অভিযান চলায়। আকাশবাণী জন্মৰ সংবাদদাতাই জনাইছে যে, স্থানীয় আৰক্ষী আৰু চি আৰ পি এফৰ বিশেষ অভিযান গোটে কিছুসংখ্যক সন্দেহযুক্ত লোকৰ তথ্য লাভ কৰাৰ পাছত চয়িআন কাঠা, বাঞ্জোলা বনাঞ্চল, জালিয়ান-আজামাবাদ, খানেতাৰ মহ...

September 2, 2025 8:37 PM

views 56

আফগানিস্তানৰ পূব প্ৰান্তত হোৱা ভূইকঁপত ১,১২৪ লৈ বৃদ্ধি

আফগানিস্তানৰ পূব প্ৰান্তত দেওবাৰে অহা ৬ প্ৰাৱল্যৰ ভূইকঁপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ১২৪লৈ বৃদ্ধি পাইছে আৰু ৩ হাজাৰ ২৫১ জন লোক আহত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ভূঁইকঁপৰ ফলত ৮ হাজাৰৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধ্বংস হৈছে। ইয়াৰে অধিকাংশ বাসগৃহ কুনাৰ প্ৰদেশৰ। সাহায্য আৰু উদ্ধাৰক...

September 2, 2025 8:35 PM

views 13

নতুন দিল্লীত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীর্ষ স্থান দখল কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অভ্যর্থনা

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে আজি নতুন দিল্লীত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীর্ষ স্থান দখল কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অভ্যর্থনা জনায়। অনুষ্ঠানত ড° কুমাৰে শিক্ষা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ড° বি আৰ আম্বেদক...

September 2, 2025 8:32 PM

views 12

ভাৰত বহনক্ষমতা বিষয়ক প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণৰ ক্ষেত্ৰত জি টুৱেণ্টি দেশসমূহৰ ভিতৰত অন্যতম বুলি পীয়ুষ গোৱেলৰ প্রকাশ

ভাৰত বহনক্ষমতা বিষয়ক প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণৰ ক্ষেত্ৰত জি টুৱেণ্টি দেশসমূহৰ ভিতৰত অন্যতম বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰতীয় উদ্যোগ সংঘৰ কুৰিসংখ্যক গোলকীয় বহনক্ষমতা শীৰ্ষ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্রীগোৱেলে কয়, যে প্রধানমন...

September 2, 2025 8:30 PM

views 22

ভাৰতে অর্ধ-পৰিবাহী খণ্ডৰ বাবে অনুকূল তন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্ম-নিৰ্ভৰ কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

ভাৰতে অর্ধ-পৰিবাহী খণ্ডৰ বাবে অনুকূল তন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্ম-নিৰ্ভৰ আৰু গোলকীয় পৰ্যায়ত প্রতিস্পধামুখী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ছেমিকন ইণ্ডিয়া-২০২৫ শীর্ষক সন্মিলন উদ্বোধন কৰাৰ পাছত এটা সমাৱেশত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। ...

September 2, 2025 8:28 PM

views 23

শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা এজন ভুৱা চিকিৎসকক আটক

কাছাৰ আৰক্ষীয়ে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা এজন ভুৱা চিকিৎসকক আটক কৰিছে। স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে কৰ্তব্যৰত মীৰ হুছেইন আহমেদ বৰভূঞা নামৰ অভিযুক্ত ভুৱা চিকিৎসকজনৰ ঘৰ কাছাৰ জিলাৰ গণিৰগ্ৰামত। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাট্টাই আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে মতে অভিযুক্ত যুৱকজনে ২...

September 2, 2025 8:26 PM

views 41

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছ- আই এন টি ইউ চিৰ ৰাজ্যিক পৰ্যায়ৰ এখন বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হয়। এই বৈঠকত ৰমন্না বৰুৱাই সংস্থাটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁৰ লগতে চবনম চুলতানাই ৰাজ্যিক সভানেত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত ৭৫ গৰাকী সক্ৰিয় সদস্য আৰু জ্যেষ্ঠ নেতা...