September 3, 2025 1:19 PM

views 16

ৰাজ্য চৰকাৰৰ ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰিছে। ১৯৬৬ চনৰ এছিয়ান গেম্‌ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সৰুসজাই ক্ৰীড়া প্র...

September 3, 2025 1:16 PM

views 20

বি টি চি নিৰ্বাচনৰ বাবে ৰাজৈনিতক দলসমূহৰ ব্যাপক নির্বাচনী প্ৰচাৰ

অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ কালি সামৰণি পৰে। কালি নিশা পর্যন্ত পোৱা তথ্য অনুসৰি তামুলপুৰত পাঁচটা পৰিষদীয় সমষ্টিৰ বাবে কালি ২১ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ ক...

September 3, 2025 1:13 PM

views 14

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষক টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক

উচ্চতম ন্যায়ালয়ে কালি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষকসকল টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰিছে। অৱশ্যে সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই ৰায় কাৰ্যকৰী নহয়। যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল ৫ বছৰ বা তাতকৈ কম সময় বাকী আছে, তেওঁলোকে টেট উত্তীৰ্ণ নোহোৱ...

September 3, 2025 1:10 PM

views 29

২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ’ব : কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল

২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীত আয়োজিত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে...

September 3, 2025 1:07 PM

views 13

উজবেকিস্তানত আজিৰে পৰা এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা

উজবেকিস্তানৰ সমৰখণ্ডত আজিৰে পৰা চলিত বৰ্ষৰ এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা আৰম্ভ হ'ব। ছিল্ক ৰোড প্ৰদৰ্শনী কেন্দ্ৰত আয়োজিত এই প্রতিযোগিতাখনত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ ভাৰতীয় খেলুৱৈ আৰ প্রজ্ঞানানন্দক মুকলি শিতানত প্ৰথম বাছনিত স্থান দিয়া হৈছে। একে শিতানত ভাৰতৰ বিশ্ব ছেম্পিয়ন ডি . গুকেশ, অৰ্জ...

September 3, 2025 1:01 PM

views 22

উত্তৰ পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বিভিন্ন অঞ্চলৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৫টা দিনত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে জনোৱা অনুসৰি পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পূৱ অংশত আজিও মুষলধাৰ বৰষুণ অব্যাহত থাকিব। মহাৰাষ্ট্ৰৰ মধ্য...

September 3, 2025 12:38 PM

views 28

কংগ্ৰেছ নেতা পৱন খেৰালৈ নির্বাচন আয়োগৰ জাননী জাৰি

এটাতকৈ অধিক সমষ্টিত নির্বাচনী পঞ্জীয়ন থকা বাবে নির্বাচন আয়োগে কংগ্ৰেছ নেতা পৱন খেৰালৈ জাননী জাৰি কৰিছে। নতুন দিল্লী সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই অহা ৮ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ আগতে নেতাগৰাকীক এই জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে। নতুন দিল্লী আৰু জংপুৰা বিধানসভা সমষ্টিত ভোটদাতা হিচাপে নাম সন্ন...

September 3, 2025 12:35 PM

views 22

২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশ ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। কুৰি সংখ্যক আন্তঃৰাষ্ট্ৰীয় বহন ক্ষমতা সন্মিলনত অংশ লৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীগাডকাৰীয়ে কয়, যে পৰৱৰ্তী প্ৰজন্মৰ বাবে জলবায়ু পৰিৱৰ্তন আৰু...

September 3, 2025 12:33 PM

views 16

সংহাৰী ভূমিকম্পৰ কবলত পৰা আফগানিস্তানলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰেৰণ

ভাৰতে সংহাৰী ভূমিকম্পৰ কৱলত পৰা আফগানিস্তানলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি কালি দেশখনলৈ ২১ টন সাহায্য সামগ্ৰী বিমানৰ জৰিয়তে প্ৰেৰণ কৰা হয়। প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত গৰম কাপোৰ, পৰিষ্কাৰ পৰিচন্নতাৰ সামগ্ৰী, পানী জমা কৰি ৰাখিব পৰা বাচন, প...

September 3, 2025 12:29 PM

views 11

তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং নতুন দিল্লীত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰত আদৰণি জনায়। উভয় দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্...