September 5, 2025 11:44 AM

views 33

লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়েৰে অভিযান আৰম্ভ পৱন বৰতৱাল, সাক্ষী আৰু সনামাচা চানুৰ

ভাৰতৰ পৱন বৰতৱাল, সাক্ষী আৰু থকচোম সনামাচা চানুৱে লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়লাভ কৰি অভিযান আৰম্ভ কৰে। পুৰুষৰ ৫৫ কিলোগ্রাম ওজন শাখাত বতৱালে পেৰিছ অলিম্পিকত ভাগ লোৱা ব্ৰাজিলৰ মাইকেল ডগলাছ ট্ৰিণ্ডেডক ৩-২ ফলাফলত পৰাস্ত কৰে ৷ মহিলাৰ ৫৪ কিলোগ্রাম ওজন শাখাত সাক্ষীয়ে ইউক্রেইনৰ ভিক...

September 5, 2025 11:41 AM

views 26

এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত ভাৰতৰ হাতত মালয়েছিয়া ৪-১ গলত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে কালি মালয়েছিয়াক ৪-১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ মনপ্রীত সিং, সুখজিৎ সিং, ছিলানন্দ লাকৰা আৰু বিবেক সাগৰ প্ৰসাদে এটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত ভাৰতে ৪ পইণ্টৰে ছুপাৰ ফ'ৰ গ্ৰুপত শীৰ্ষ স্থান লাভ কৰিছে। ভাৰত ছুপাৰ ফ'ৰ পৰ...

September 5, 2025 11:38 AM

views 25

আজি নতুন দিল্লীত সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আৰম্ভ

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ হ'ব। এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰি আহিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোটৰ ৪০০ৰো অধিক মহিলাই এই মেলাত অংশগ্ৰহণ কৰিব। এই বছৰ এই মেলাৰ মূল বিষয়বস...

September 5, 2025 11:34 AM

views 22

ওনাম উপলক্ষে দেশৱাসীক ওলগ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ওনাম উপলক্ষে দেশৱাসী বিশেষকৈ কেৰালাৰ জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয়, যে এই উৎসৱ কেৰালাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অনন্য নিদর্শন। তেওঁ কয়, যে এই উৎসৱে জনসাধাৰণক সাংস্কৃতিক ধৰ্মীয় বিশ্বাসৰ উপৰি একতা, সহ...

September 5, 2025 11:32 AM

views 35

পাশ্চাত্যৰ ২৬ খন দেশে ইউক্রেইনত সৈন্যবাহিনী নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে

পাশ্চাত্যৰ ২৬ খন দেশে ৰাছিয়াৰ সৈতে হোৱা সংঘাত শেষ হোৱাৰ পাছত ইউক্রেইনত জল, স্থল বা আকাশী পথেৰে সৈন্য নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে। ইউক্রেইনক সমৰ্থন কৰা ৩৫খন দেশৰ সন্মিলনৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রই এই ঘোষণা কৰে ৷ শ্রীমেক্রই কয় যে ইয়াৰে ২৬খন দেশে ইউক্রেইনত সৈন্য নিয়োগ কৰিবলৈ নাইবা...

September 5, 2025 11:28 AM

views 18

বিহাৰৰ বুদ্ধ গয়াত থকা পৱিত্ৰ মহাবোধি মন্দিৰ দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই কালি সপত্নীক বিহাৰৰ বুদ্ধ গয়াত থকা পৱিত্ৰ মহাবোধি মন্দিৰ দৰ্শন কৰে। শ্রীট'বগেই ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতিপ্ৰাপ্ত মন্দিৰটোত প্ৰাৰ্থনা কৰে। ধৰ্মীয় বিশ্বাস মতে ভগৱান বুদ্ধই এই স্থানতেই জ্ঞান লাভ কৰিছিল। প্রধানমন্ত্ৰী শ্বেৰিঙৰ ভ্ৰমণে ভাৰত আৰু ভূটানৰ ...

September 5, 2025 11:10 AM

views 20

প্রহ্লাদ যোশীক ৰাজহুৱা বিতৰণৰ কাম-কাজ সন্দৰ্ভত দেশজোৰা ক্ষেত্ৰ পৰ্যায়ৰ এক বিস্তৃত মূল্যায়ন প্রতিবেদন দাখিল

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক ৰাজহুৱা বিতৰণৰ কাম-কাজ সন্দৰ্ভত দেশজোৰা ক্ষেত্ৰ পৰ্যায়ৰ এক বিস্তৃত মূল্যায়ন প্রতিবেদন দাখিল কৰিছে ৷ দেশৰ ১১২খন অভিলাষী জিলাত এই মূল্যায়ন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ক্ৰয়, সংৰক্ষণ আৰু অভিযোগ নিষ্পত্তিকে ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ম...

September 5, 2025 10:57 AM

views 19

বিশ্বৰ বিভিন্ন ঠাইত বাস কৰা কেৰালাৰ লোকসকলৰ আজি থিৰু ওনাম উৎসৱ উদযাপন

বিশ্বৰ বিভিন্ন ঠাইত বাস কৰা কেৰালাৰ লোকসকলে আজি থিৰু ওনাম উৎসৱ উদযাপন কৰিছে। থিৰু ওনাম হ'ল কেৰালাৰ সৰ্ববৃহৎ উৎসৱ আৰু সমগ্ৰ ৰাজ্যখন উৎসৱমুখৰ হৈ থকাৰ বাতৰি আহিছে। ন্যায়পৰায়ণ আৰু উপকাৰী শাসক হিচাপে পৰিচিত প্ৰজাৰ মৰমৰ ৰজা মহাবলী ঘৰলৈ উভতি অহা দিনটোৰ সৈতে সংগতি ৰাখি এই উৎসৱ উদযাপন কৰা হয়। জাতি-ধৰ্ম নি...

September 5, 2025 10:52 AM

views 27

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান

সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰিব...

September 5, 2025 10:47 AM

views 23

জি এছ টি ব্যৱস্থাৰ যুক্তিসংগতকৰণক স্বাধীনতা লাভৰ পাছৰ সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ব্যৱস্থাৰ যুক্তিসংগতকৰণক স্বাধীনতা লাভৰ পাছৰে পৰা সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত কৰিছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পদক্ষেপ...