September 4, 2025 8:49 PM

views 20

কাইলৈৰ পৰা ইংলেণ্ডৰ ৰিভাৰপুলত ২০২৫ বৰ্ষৰ বিশ্ব বক্সিং প্ৰতিযোগিতা আৰম্ভ

২০২৫ বৰ্ষৰ বিশ্ব বক্সিং প্ৰতিযোগিতা কাইলৈৰ পৰা ইংলেণ্ডৰ ৰিভাৰপুলত আৰম্ভ হ'ব। এই বক্সিং প্রতিযোগিতাৰ বাবে ঘোষণা হোৱা ২০জনীয়া দলটোত দুবাৰৰ বিশ্ব চেম্পিয়ন নিখট জৰিন আৰু টকিঅ অলিম্পিক প্রতিযোগিতাত ব্ৰঞ্জৰ পদকপ্রাপ্ত লাভলীনা বৰগোঁহাইৰ লগতে দুবাৰৰ এছিয়ান চেম্পিয়ন পূজা ৰাণীৰ দৰে তাৰকা খেলুৱৈক অন্তৰ্ভুক...

September 4, 2025 8:47 PM

views 31

জি এছ টি ত অনা সংস্কাৰে সমাজৰ প্ৰতিটো স্তৰৰ লোকক সকাহ প্ৰদান কৰিব বুলি বিজেপিৰ প্ৰকাশ

বিজেপিয়ে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰখনত অনা সংস্কাৰৰ প্ৰশংসা কৰি কয়, যে এই নতুন কৰ ব্যৱস্থাই সমাজৰ প্ৰতিটো স্তৰৰ লোকক সকাহ প্ৰদান কৰিব। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপি দলৰ মুখপাত্র সম্বিত পাত্রই কয়, যে সামগ্রী আৰু সেৱা কৰ হ্ৰাসৰ পাছত দেশত বৰ্তমান আনন্দৰ পৰিবেশে বিৰাজ কৰিছে। এই নতুন ...

September 4, 2025 8:44 PM

views 24

নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে এখন বিস্তৃত আৰু ফলপ্ৰসূ বৈঠকত মিলিত হয়। সেউজ আৰু ডিজিটেল জাহাজ কৰিড'ৰ, মহাকাশ খণ্ডত সহযোগিতা, অসামৰিক বিমান পৰিবহন খণ্ডত সহযোগিতা আৰু প্ৰশিক্ষণ আৰু ডিজিটেল সম্পদ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি মুঠ পাঁচখন বুজাব...

September 4, 2025 8:41 PM

views 29

ভার্চুৱেল মাধ্যমেৰে জে এন বন্দৰ পি এছ এ মুম্বাই টার্মিনেলৰ দ্বিতীয় পৰ্য্যায়ৰ উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্রী লৰেন্স ৱঙে আজি ভার্চুৱেল মাধ্যমেৰে জে এন বন্দৰ পি এছ এ মুম্বাই টার্মিনেলৰ দ্বিতীয় পৰ্য্যায়ৰ উন্মোচন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনলাইন মাধ্যমেৰে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। নৱী মুম্বাইত অনুষ্ঠিত এই...

September 4, 2025 8:39 PM

views 36

পঞ্জাৱৰ অমৃতসৰ আৰু গুদাসপুৰ জিলাৰ বানপ্ৰৱন অঞ্চল পৰিদৰ্শন শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে আজি পঞ্জাৱৰ অমৃতসৰ আৰু গুদাসপুৰ জিলাৰ বানপ্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বান প্ৰভাৱিত লোক আৰু খেতিয়কসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত ৰে'লৱে আৰু খাদ্য সংসাধন উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিটুও উপস্থিত থাকে। অমৃতসৰত সাংবাদিকৰ সৈতে হোৱা কথা...

September 4, 2025 8:36 PM

views 16

মমতা বেনাৰ্জীৰ বিৰুদ্ধে সংবিধান অৱমাননা কৰাৰ অভিযোগ উত্থাপন বিজেপিৰ

বিজেপিয়ে আজি পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্য বিধানসভাত সংবিধান অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদ মেলত বিজেপিৰ মুখপাত্র গৌৰৱ ভাটিয়াই পশ্চিম বংগ বিধানসভাৰ মজিয়াত বিজেপি বিধায়কসকল আক্ৰমণৰ সন্মুখীন হয় বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে মুখ্যমন্ত...

September 4, 2025 8:33 PM

views 23

কাইলৈৰ পৰা নতুন দিল্লীত ২৭ সংখ্যক চৰছ আজীৱিকা মেলা আৰম্ভ

২৭ সংখ্যক চৰছ আজীৱিকা মেলা কাইলৈৰ পৰা নতুন দিল্লীত আৰম্ভ হ'ব। প্ৰতিবছৰে এই মেলাই গ্রামীণ মহিলাসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে এখন মঞ্চ প্ৰদান কৰে। এই বছৰ চৰছ আজীৱিকা মেলাই দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ চাৰিতকৈও অধিক মহিলাক সামৰি লৈ...

September 4, 2025 8:21 PM

views 27

বর্ষীয়ান সাংবাদিক বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া নৱগ্ৰহ শ্মশানত সম্পন্ন

কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হয়। অন্ত্যেষ্টিক্রিয়াত ভালেসংখ্যক গুণমুগ্ধ আৰু সংবাদকর্মী উপস্থিত থাকে। ইয়াৰ আগেয়ে দিনৰ ভাগত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীলৈ অনা হয় আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বা...

September 4, 2025 8:19 PM

views 18

সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোই ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহত দক্ষতা শিক্ষাৰ ক্ষেত্ৰত হাব এণ্ড স্পক আৰ্হি ৰূপায়ণৰ উদ্দেশ্যে দুহেজাৰ ৪৪০ কোটি টকাৰ প্ৰকল্পৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই প্ৰকল্পৰ বাবে টাটা নেলকোই ৭৫ শতাংশ আৰু ৰাজ্য চৰকাৰে ২৫ শতাংশ পুঁজি যোগান ধৰিব। হাব এণ্ড স্প'ক ম'ডে...

September 4, 2025 8:17 PM

views 16

জি এছ টি সংস্কাৰৰ সিদ্ধান্তৰ প্ৰতি মুখ্যমন্ত্রীৰ আদৰণি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰী আৰু সেৱাকৰ, জি এছ টি পৰিষদে জি এছ টি সংস্কাৰৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে স্বাস্থ্য বীমাৰ পৰা জীৱনদায়িনী ঔষধকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি শূন্য কৰি দিয়া হৈছে বুলি আজি মন্তব্য কৰে। জি ...