September 14, 2025 8:30 PM

views 15

হিন্দী দিৱস উপলক্ষে প্রধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্রী মোদীয়ে কয় যে হিন্দী কেৱল যোগাযোগৰ মাধ্যম নহয়, বৰঞ্চ দেশৰ পৰিচয় আৰু মূল্যবোধৰ সজীৱ ঐতিহ্য। সমগ্ৰ বিশ্বতে হিন্দী ভাষাৰ প্ৰতি ক্রমবর্ধমান সন্মান জাতিটোৰ বাবে গৌৰৱ আৰু প্ৰেৰণা...

September 14, 2025 8:21 PM

views 14

প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰ...

September 14, 2025 8:17 PM

views 21

ভোকেল ফৰ লোকেলৰ ব্ৰেণ্ড এম্বেছেদৰ হ’বলৈ আৰু স্বদেশী উৎপাদনৰ ওপৰত গৌৰৱবোধ কৰিবলৈ সকলোকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮৫৩০ কোটি টকা ব্যয় সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাথনি আৰু উদ্যোগিক বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দৰং জিলাৰ মঙলদৈত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রীয়ে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্রুতভাৱে বিকশিত এখন দেশ আৰু অসম দেশৰ ভিতৰতে দ্রুত ...

September 14, 2025 8:10 PM

views 41

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত সংসদ আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে এই উপলক্ষে এখন প্রদর্শনী উদ্বোধন কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে। ৰাজ্যসভাৰ উপ সভাপতি, অন্ধ্...

September 14, 2025 8:08 PM

views 23

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্রমণসূচীলৈ কলকাতালৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্রমণসূচীলৈ কলকাতালৈ ৰাওনা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে কয় যে তেওঁ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া সংযুক্ত কমাণ্ডাৰ্ছ সন্মিলনত অংশগ্রহণ কৰিব। তেওঁ কয় যে এইবাৰৰ সন্মিলনত সংস্কাৰ পৰিৱৰ্তন আৰু কাৰ্যকৰী প্ৰস্তুতিৰ ও...

September 14, 2025 8:03 PM

views 50

উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ’ব বুলি  কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ প্ৰকাশ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় উপকৃত হ'ব। চেন্নাইত আজি বাণিজ্য আৰু উদ্যোগ সন্থাৰ যৌথ সন্মিলনত ভাষণ দি তেঁও কয় যে প্রায় ৯৯ শতাংশ সামগ্ৰীৰ জি এছ টি ১২ ৰ...

September 14, 2025 7:48 PM

views 22

১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত

অহা ১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমি পট্টা বিতৰণ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হ'ব। ৰাজ্যজুৰি ৰূপায়ণ হ'বলগীয়া এই পদক্ষেপৰ সফলতা নিশ্...

September 14, 2025 7:36 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গোলাঘাট জিলাৰ নুমলীগড়ত ১২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ দুটা প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড়ত ১২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে দুটা প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে নুমলীগড় শোধনাগাৰত ৫ হাজাৰ কোটি টকা ব্যয়েৰে স্থাপন কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৭২৩...

September 14, 2025 7:24 PM

views 33

ৰাজ্যত ৫.৯ প্রাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিয়লি ৪ বাজি ৪১ মিনিটত ভূমিকম্পৰ প্ৰৱল জোঁকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ৫.৯ প্রাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ সমীপত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত দেৱালত ফাঁট মেলা, ছিলিং খহি পৰাকে ধৰি বিস্তৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। পশ্চিম কাৰ্বি আ...

September 14, 2025 7:21 PM

views 27

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সত্ৰ- নামঘৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী উপলক্ষে নাম-প্ৰসঙ্গৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলী, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ আজি পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ প...