September 15, 2025 12:56 PM

views 20

ত্ৰিপুৰাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ছেপ্টেম্বৰত মাতা ত্ৰিপুৰাসুন্দৰী মন্দিৰৰ পুনঃনিৰ্মাণ আৰু সৌন্দর্যবর্ধন কার্য উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ ছেপ্তেম্বৰত ত্ৰিপুৰাত মাতা ত্ৰিপুৰাসুন্দৰী মন্দিৰৰ পুনৰ নিৰ্মাণ আৰু সৌন্দর্যবর্ধন কার্য উদ্বোধন কৰিব। মেলাঘৰত অনুষ্ঠিত নিমহল জল উৎসৱৰ সামৰণী অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্রী ড০ মাণিক সাহাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ত্ৰিপুৰা চৰকাৰ ৰাজ্যখনৰ সকলোবোৰ মুখ্য পর্...

September 15, 2025 12:55 PM

views 12

ভাৰত ২০৪৭ চনৰ ভিতৰত ৩০ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশত পৰিণত হ’বঃ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল

ভাৰত ২০৪৭ চনৰ ভিতৰত ৩০ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশত পৰিণত হ'ব বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে উল্লেখ কৰে। এটা ব্যক্তিগত সংবাদ মাধ্যমে কালি নতুন দিল্লীত আয়োজন কৰা বাৰ্ষিক মিডিয়া কনক্লেভত অংশ লৈ মন্ত্ৰী গোৱেলে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত মুদ্রাস্ফী...

September 15, 2025 12:54 PM

views 23

হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক জয়

হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে সুন্দৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰিছে। আয়োজক চীনৰ বিৰুদ্ধে কালি ফাইনেলত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হ'লেও ভাৰতীয় দলটোৰ ৰূপৰ পদক অৰ্জনৰ এই যাত্ৰাই খেলুৱৈসকলৰ সংকল্প, সহযোগিতা আৰু প্ৰচেষ্টাকে প্ৰতিফলিত কৰিলে। ভাৰতে খেলখনৰ আৰম্ভণিতে নৱনীত ক’ৰৰ পেন...

September 15, 2025 12:03 PM

views 38

ৰাজ্যত কালি ৫.৯ প্রাবল্যৰ ভূমিকম্প; কেইবাটাও স্থানত দেৱাল, মজিয়া, চিলিঙৰ ক্ষতি

ৰাজ্যত কালি বিয়লি অনুভূত হোৱা ৫ দশমিক ৯ প্রাবল্যৰ ভূমিকম্পৰ ফলত বিভিন্ন স্থানত কিছু ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। ভূমিকম্পৰ ফলত ৰাজ্যৰ কেইবাটাও স্থানত দেৱাল আৰু মজিয়াত ফাট মেলা, চিলিং খহি পৰাকে ধৰি বিভিন্ন ক্ষয়-ক্ষতি হয়। ভূমিকম্পৰ আতংকৰ বাবে কালি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেজপুৰত ৫০ বছৰীয়া...

September 15, 2025 12:02 PM

views 27

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত পাকিস্তানক ৭ উইকেটত পৰাস্ত ভাৰতৰ

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ ৫টা বলত তিনিটা উইকেট হেৰুৱাই ১৩১ ৰান কৰে। অপেনাৰ অভিষেক শৰ্মাই ১৩টা বলত ৩১ ৰান কৰাৰ লগতে অধিনায়ক সূৰ্যকু...

September 15, 2025 11:49 AM

views 16

দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে ঘোষণা কৰিছে। দৰং জিলাৰ মঙলদৈত কালি জনসভাত অংশ লৈ প্ৰধানমন্ত্রী মোদীয়ে কয়, যে অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা দেশক মুক্ত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ সংকল্পবদ্ধ। তেওঁ লগতে দেশৰ সম্পদ আৰু জ...

September 15, 2025 11:44 AM

views 141

বিটিআৰত শাসক-বিৰোধী উভয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ

বিটিচি নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, ইউ পি পি এলৰ মুৰব্বী প্রমোদ বড়ো, বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত...

September 15, 2025 11:38 AM

views 18

সেৱা সপ্তাহ উপলক্ষে ১৯ ছেপ্টেম্বৰত গছপুলি ৰোপণত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, সদস্য, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অংশগ্রহণ বাধ্যতামূলক

বিদ্যালয় শিক্ষা বিভাগে সেৱা সপ্তাহ উপলক্ষে অহা ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি হ'বলগীয়া গছপুলি ৰোপণ কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ অংশগ্রহণ বাধ্যতামূলক কৰি এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে ছমহীয়া পৰীক্ষা আৰম্ভ হোৱা বিদ্যালয়সমূহৰ শিক্...

September 14, 2025 8:54 PM

views 23

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন পৰাস্ত

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত আজি ভাৰতৰ লক্ষ্য সেন - চীনৰ লি চি ফেঙৰ হাতত পৰাস্ত হয়। ফেঙে ভাৰতীয় খেলুৱৈগৰাকী খেলৰ ৪৫ মিনিটতে ২১-১৫ আৰু ২১-১২ৰ পোনপটীয়া ছেটত পৰাস্ত হৈ ছেম্পিয়নৰ খিতাপ দখল কৰে। ইয়াৰ লগে লগে চীন কোনো এখন প্ৰতিযোগিতাৰ আটাইকেইটা ইভেণ্টতে ছেম্পিয়ন হোৱা প্ৰথমখন দেশ হ...

September 14, 2025 8:50 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে সকলোৰে বাবে সেউজ, সুস্থ আৰু অধিক সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে কাম কৰি আছে

সেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজিৰ এই প্ৰতিবেদনত আমাৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ কেনেদৰে পৰিবৰ্তন সাধন হৈছে সেই বিষয়ে আলোচনা কৰিছোঁ ৷ বৈদিক যুগৰ পৰাই ‘পৃথিৱী আমাৰ মাতৃ আৰু আমি সকলো পৃথিৱীৰ স...