September 20, 2025 12:58 PM

views 25

ভাৰতীয় নাগৰিকক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত কয়, যে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ মিছা প্ৰতিশ্ৰুতি দিয়া আৰু অন্য দেশলৈ কর্মসংস্থাপনৰ বাবে প্ৰেৰণ কৰাৰ ...

September 20, 2025 12:52 PM

views 28

মণিপুৰত সশস্ত্ৰ দুৰ্বৃত্তৰ দলৰ আক্ৰমণত দুজন জোৱান নিহত

মণিপুৰৰ বিষ্ণুপুৰ জিলাত কালি সন্ধিয়া সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অৰ্ধসামৰিক বাহিনীৰ এখন বাহনত আক্ৰমণ কৰাৰ ফলত এজন নায়িব ছুবেদাৰকে ধৰি অসম ৰাইফলছৰ দুজন জোৱানৰ নিহত হোৱাৰ লগতে কমেও ৫ জন জোৱান আহত হয়। ইম্ফলৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে বিষ্ণুপুৰ জিলাৰ নাম্বল চাবাল লেইকাই অঞ্চলৰ ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰ...

September 20, 2025 12:45 PM

views 35

বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। বানে ক্ষতি কৰা কৃষকক সাহায্য আগবঢ়াবলৈও কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বাস দিয়ে। কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বালিয়...

September 20, 2025 12:40 PM

views 60

শিল্পী জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ

প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা অসমবাসীৰ অতিকে মৰমৰ জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ হৈ পৰিছে। শিল্পীগৰাকীৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা আজি অসমলৈ অনাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতে ...

September 19, 2025 9:10 PM

views 30

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। যোৱা নিশা আবুধাবিত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত শ্রীলংকাই আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফ'ৰ পৰ্য...

September 19, 2025 9:05 PM

views 61

শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আয়োগৰ নীতি-নিয়ম অমান্য কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নির্বাচন আয়োগে জানিবলৈ দিছে। ২০১৯ চনৰ পৰা এতিয়ালৈকে ৰাজনৈতিক দলসমূহে এবাৰো নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হ...

September 19, 2025 9:00 PM

views 42

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক’পাৰ লিমিটেডৰ মাজত বুজাবুজি চুক্তিত স্বাক্ষৰ

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক'পাৰ লিমিটেডৰ মাজত আজি এখন বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে এতিয়াৰে পৰা একেলগে ক'পাৰকে ধৰি আন জটিল খনিজাত দ্রব্যসমূহ উদঘাটনৰ বাবে অন্বেষণ কৰিব। এই বুজাবুজি চুক্তিৰ সন্দৰ্ভত খনি মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োটা প্রতিষ্ঠানে এ...

September 19, 2025 8:55 PM

views 46

সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সঠিক আৰু সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্ববাসীক আহ্বান ভাৰতৰ

ভাৰতে সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সঠিক আৰু সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্ববাসীক আহ্বান জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে সন্ত্রাসবাদী আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ মাজত থকা যোগসূত্...

September 19, 2025 8:49 PM

views 18

১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে

১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত অংশ লোৱা সেনাৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে। ভাৰত-পাকিস্তানৰ যুদ্ধৰ ড০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উপলক্ষে নতুন দিল্লীত প্রবীণ সৈনিক আৰু যুদ্ধত অংশগ্ৰহণ সেন...

September 19, 2025 8:46 PM

views 45

দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিতঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ এটা প্ৰৱন্ধৰ প্রসঙ্গ উল্লেখ কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাগৰমালা, গ...