September 27, 2025 7:05 PM
25
এছিয়া কাপৰ ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ
এছিয়া কাপ টি টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে শ্রীলংকাক নাটকীয়ভাৱে ছুপাৰ অভাৰত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতা...