September 28, 2025 11:56 AM

views 42

ৰাজ্যত খালী হৈ থকা বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক শিক্ষক, স্বাস্থ্য বিভাগৰ কাৰিকৰী, অ-কাৰিকাৰী পদকে ধৰি বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৯ অক্টোবৰৰ ভিতৰত চৰকাৰে এই পদসমূহত ন...

September 28, 2025 11:51 AM

views 48

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত 'মানুহে মানুহৰ বাবে' শ্ৰীলংকাৰ শিল্পীসকলে সিংহলী আৰু তামিল ভাষালৈ অনুবাদ কৰিছে৷ এই কাম অতি প্রশংসনীয় প...

September 28, 2025 11:49 AM

views 82

জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন হৈ থকা সময়তে জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে স...

September 28, 2025 11:45 AM

views 36

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত অভিযোগ উঠা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৬ অক্টোবৰৰ ভিতৰত অসমত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়ে।...

September 28, 2025 11:42 AM

views 54

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠী

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যবাসীৰ শাৰদীয় পূজাৰ উৎসাহ স্তিমিত...

September 27, 2025 8:31 PM

views 25

দেশত ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭,৫০০টা ফ’ৰ জি মোবাইল টাৱাৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭ হাজাৰ ৫০০টা ফ'ৰ জি মোবাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বি...

September 27, 2025 8:29 PM

views 22

ওড়িশাত কেইবাটাও প্রকল্প উদ্বোধন, আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ; অমৃত-ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰো শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুড়াত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে এনে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত দূৰসংযোগ, ৰে'লপথ, উচ্চ শিক্ষা, স্বাস্থ্য সেৱা, দক্ষতা বিকাশ, গ্ৰামাঞ্চলৰ বাসগৃহ নিৰ্মাণ আদিকে ধৰি ভ...

September 27, 2025 8:25 PM

views 20

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ তীব্ৰ নিন্দা

ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮০ সংখ্যক বৈঠকৰ সময়তে নিউয়ৰ্কত কালি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ আয়োজন কৰা হয়। ২০২৬ চনত ভাৰত ব্ৰিকছৰ ভাবী অধ্যক্ষ হ...

September 27, 2025 8:24 PM

views 14

ব্রাজিলৰ বিদেশ মন্ত্ৰী, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰীৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ লোৱাৰ সুযোগতে ব্রাজিলৰ বিদেশ মন্ত্ৰী মাউৰো ভিয়েৰা, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰী সিন্দিছুৱে চিকুংগাৰ সৈতে বৈঠকত মিলিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ত্ৰয়োদশ ভাৰত, ব্রাজিল, দক্ষিণ আফ্রি...

September 27, 2025 8:23 PM

views 8

ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছেঃ পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী

ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছে বুলি পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপীয়ে মন্তৱ্য কৰিছে| আজি নতুন দিল্লীত বিশ্ব পর্যটন দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি গোপীয়ে কয় যে চৰকাৰৰ উড়ান আঁচনিয়ে পর্যটনস্থলীসমূহৰ সৈতে যোগাযোগ ব্যৱস্থাক উন্নত কৰি স্থান...