September 28, 2025 8:47 PM

views 76

ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠাৰে শাৰদীয় দুর্গা পূজা আৰম্ভ

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি- নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হৈছে। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ...

September 28, 2025 8:40 PM

views 28

পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎ‍সালয়খন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎ‍সালয় উদ্বোধন কৰে। পশ্চিম কাৰ্বি আংলঙত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয়ৰে এই জিলা চিকিৎসালয...

September 28, 2025 8:36 PM

views 50

জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰ সমাগত উৎসৱৰ বতৰ উদযাপন কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড০ ভূপেন হাজৰিকাৰ গীতত বিশ্বব্যাপী ঐক্য প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২৬ সংখ্যক খণ্ডত আজি প্রধানমন্ত্রী মোদীয়ে সুধাকণ্ঠলৈ গভীৰ শ্রদ্ধা নিবেদন কৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ অসমত আয়োজিত যুগজয়ী মহান শিল্পীগৰা...

September 28, 2025 8:32 PM

views 44

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে বিপিএফ দলৰ দাবী উত্থাপন

বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপত...

September 28, 2025 12:31 PM

views 51

বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক সাক্ষাৎ

বি টি চি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। সাংবিধানিক নিয়ম অনুসৰি মহিলাৰীয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে বি পি এফৰ নেতৃত্বত বি টি চি চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক দাবী জনায়। একেদৰে ইউ পি পি এল দলৰ মুৰববী প্...

September 28, 2025 12:23 PM

views 27

উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি

উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ অহা ১ অক্টোবৰৰ পৰা আৰু ছমাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও কোনো কোনো অঞ্চলত উগ্ৰপন্থীয়ে কুটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ...

September 28, 2025 12:19 PM

views 51

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ তীব্ৰ ভাষাৰে নিন্দা

ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮০ সংখ্যক বৈঠকৰ সময়তে নিউয়ৰ্কত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ আয়োজন কৰা হয়। ২০২৬ চনত ভাৰত ব্ৰীকছৰ পৰৱৰ্তী অধ্যক্ষ হোৱ...

September 28, 2025 12:17 PM

views 64

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতৰ সকলো শ্ৰেণীৰ নাগৰিককে উপকৃত কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতৰ সকলো শ্ৰেণীৰ নাগৰিককে উপকৃত কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। যোৱা ২২ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতত পৰোক্ষ কৰ ব্যৱস্থা সৰল কৰাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ ...

September 28, 2025 12:11 PM

views 50

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে স্বাধীনতাৰ পিছৰে পৰাই সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ স্বৰূপ ভাৰতৰ এখন প্ৰতিবেশী দেশ আছে আৰু স্বাধীনতাৰ পিছৰে পৰাই ভাৰতে সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে। বৈদেশিকমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত দিয়া ভাষণত এইকথা উল্লেখ কৰে। ড০ জয়শংকৰে ...

September 28, 2025 12:07 PM

views 30

তামিলনাডুৰ কাৰুৰত এটা ৰাজনৈতিক সমদলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি

তামিলনাডুৰ কাৰুৰত এটা ৰাজনৈতিক সমদলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ৫০ জনতকৈও অধিক লোক ৰাজ্যখনৰ বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে। কালি সংঘটিত এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকতাত্মীয়লৈ তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। এ...