October 4, 2025 12:29 PM

views 23

দেশৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২০২৯ চনৰ ভিতৰত ৫০,০০০ কোটি টকা স্পর্শ কৰিব বুলি ৰাজনাথ সিঙৰ প্ৰকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয়, যে দেশৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে বৰ্তমানৰ ২৪ হাজাৰ কোটি টকাৰ পৰা ২০২৯ চনৰ ভিতৰত ৫০ হাজাৰ কোটি টকা স্পর্শ কৰিব। তেওঁ কয়, যে ১১ বছৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি মাত্র ৬০০ কোটি টকা আছিল। ভাৰত অচিৰেই বিশ্বৰ প্ৰতিৰক্ষা কাৰখানাত পৰিণত হ'বলৈ অগ্ৰসৰ হৈছে। প্ৰতিৰক্ষা মন...

October 4, 2025 12:11 PM

views 29

কেন্দ্রীয় পর্যবেক্ষকসকলক বিভিন্ন অভিযোগৰ সমাধানৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ থাকিবলৈ নির্দেশ জ্ঞানেশ কুমাৰ

মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কেন্দ্রীয় পর্যবেক্ষকসকলক ৰাজনৈতিক দল, প্রার্থী আৰু ভোটাৰসকলৰ বিভিন্ন অভিযোগৰ সমাধানৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ থাকিবলৈ নির্দেশ দিছে। সমাগত বিহাৰৰ বিধানসভাৰ নির্বাচন আৰু কিছুমান ৰাজ্যত হ'বলগীয়া উপ নির্বাচনৰ বাবে নিয়োজিত কেন্দ্রীয় পর্যবেক্ষকসকলক কয়, যে নির্বাচনী ...

October 4, 2025 11:56 AM

views 26

নতুন দিল্লীত আজি ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ উন্মোচন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ উন্মোচন কৰিব। যুৱ দক্ষতাৰ বাবে এটা ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রীয়ে সমগ্র দেশতে এহেজাৰ আই টি আই উন্নীতকৰণৰ বাবে পি এম সেঁতু আৰম্ভ কৰিব। শ্রীমোদীয়ে বিহাৰৰ বাবে মুখ্যমন্ত্রী নিশ্চিত স্বয়ম সহায়তা যোজন...

October 3, 2025 9:42 PM

views 28

জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত, বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে পুৱা দুয়োকে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশ দণ্ড...

October 3, 2025 9:29 PM

views 20

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ ন্যায়িক আয়োগ গঠন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ অধ্যক্ষতাত কাইলৈ এখন ন্যায়িক আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূর্বে সামাজিক মাধ্যম যোগে জনসাধাৰণক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে শিল...

October 3, 2025 7:02 PM

views 27

পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ মুকলি

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ প্ৰকল্পৰ অধীনত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ কয়, যে দেশৰ আগশাৰীৰ চিকিৎসালয় এপল'ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েল...

October 3, 2025 6:59 PM

views 15

১৫ খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা জলসম্পদ বিভাগৰ

ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ১৫ খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা কৰিছে। নদী সংযোগ কৰি এই জলাশয়সমূহ খনন কৰা হ'ব। জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ বাবে ৬৯২ কোটি টকাৰ অনুমোদন দিছে। শোণিতপুৰত এটা বৃহৎ জলাশয় খ...

October 3, 2025 12:59 PM

views 123

আহমেদাবাদ টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতৰ ১২১ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ

ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি দ্বিতীয় দিনা দুটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ১২১ ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব| কালি খেলৰ সামৰণিৰ পৰত কে. এল. ৰাহুলে ৫৩ আৰু শুভমন গিলে ১৮ ৰাণ কৰি খেলি আছিল। যশস্বী জয়ছ...

October 3, 2025 12:57 PM

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত অমৃতপ্রভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বেও এছ আই টিয়ে কেইবাদিনো দুয়োকো জেৰা কৰিছিল। দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে পুনৰ জেৰা কৰিব বুলি জানিব পৰা ...

October 3, 2025 12:54 PM

views 38

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে সত্ৰ নামঘৰত নাম প্ৰসংগ

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কালি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহ হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। ৰাজ্যৰ কেইবাটাও স্থানতো গুৰুজনাৰ আবিৰ্ভাব মহোৎসৱ কেইবাদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। বৰপেটা সত্ৰত আজি দ্বিতীয় দিনাও ভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ আবির্ভাব তি...