October 4, 2025 9:19 PM
13
তিৰুপ্পুৰ কুমাৰন আৰু সুব্রমণিয়া শিৱাৰ জয়ন্তীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুপ্পুৰ কুমাৰন আৰু সুব্রমণিয়া শিৱাৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তামিলনাডুৰ দুয়োগৰাকী নেতাই জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ মনোভাব উদ্বুদ্ধ কৰাত প্ৰেৰণা যোগাইছিল। দুয়োগৰাকী নেতাৰ ত্যাগক...