October 5, 2025 11:41 AM
56
গুৱাহাটীৰ বামুণীমৈদামৰ ৰে’লৱে কলনিত বিজয়া দশমীৰ দিনা এজন যুৱকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰে
গুৱাহাটী মহানগৰীৰ বামুণীমৈদামৰ ৰে'লৱে কলনিত শাৰদীয় দুর্গা পূজাৰ বিজয়া দশমীৰ দিনা জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰাৰ বাবে এজন যুৱকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চানমাৰি আৰক্ষীয়ে বামুণীমৈদামৰ ৰাজু দত্ত, গোপাল দাস, বসন্ত বাছফৰ, বিশাল চক্ৰৱৰ্তী, বিজু শীল, ৰমেন দাকুৱা, শুভে...