October 10, 2025 8:00 PM

views 35

জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তকাৰী গোটে আজি প্রয়াত শিল্পীগৰাকীৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে বিশেষ তদন্তকাৰী গোটে দুয়োগৰাকীকে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত দেহৰক্ষীদ্বয়ত ৫ দিনৰ বাবে ...

October 10, 2025 7:59 PM

views 20

ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত পুনৰ নিৰ্মাতি এই হাটখনৰ উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰ...

October 10, 2025 7:30 PM

views 26

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় মহানগৰৰ ফুলবাগানৰ সমীপত জোগাৰ্ছ পাৰ্ক আৰু কছাৰী ঘাট শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশনা দিয়াৰ এদিন পাছতে আজি কেন্...

October 10, 2025 7:06 PM

views 34

মুখ্যমন্ত্রী উদ্যমিতা অভিযানৰ অধীনত ১৪, ০২৫ গৰাকী হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ চেক বিতৰন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১৪ হাজাৰ ২৫ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। ইয়াৰে সাত হেজাৰ ৭৭০ ...

October 10, 2025 8:30 PM

views 33

ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ভাৰতৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতীয় বেডমিন্টন দলে আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক অর্জন কৰে। ভাৰতে আজি ইণ্ডোনেছিয়াৰ হাতত পৰাভূত হয় যদিও ছেমি ফাইনেলত প্রবেশ কৰাৰ সুবাদত প্ৰথমবাৰৰ বাবে প্রতিযোগিতাত পদক অর্জন কৰিবলৈ সমর্থ হয়। উন্নতি হুদা নেতৃত্বাধীন ভাৰ...

October 10, 2025 6:55 PM

views 32

চানমাৰিৰ উৰণ সেতুৰ মেৰামতিৰ বাবে ৩ দিন নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যান-বাহনৰ চলাচল বন্ধ

চানমাৰিৰ উৰণ সেতুৰ মেৰামতি সংক্ৰান্তীয় কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰি ট্ৰেফিক পইণ্টলৈ অহা সকলো যান-বাহনৰ চলাচল অহা ১৩, ১৫ আৰু ১৭ অক্টোবৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব। নিউ গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সূত্ৰই এখন ৰাজহুৱা জ...

October 10, 2025 6:53 PM

views 44

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উলহ-মালহেৰে পালন

বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি আজি সত্ৰখনত কীৰ্তন মহোৎসৱৰূপে উলহ-মালহেৰে পালন কৰা হয়। এই উপলক্ষে নিয়মীয়া প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ হিচাপে ঘোষা কীর্তন, গায়ন-বায়ন আদি পৰিৱেশন কৰা হয়। বিয়লি সত্ৰখনৰ অধীনত নহাটীৰ ভকতসকলে পৰম্পৰাগতভাৱে কৰভাৰ প্ৰদান কৰে। উল্...

October 10, 2025 6:49 PM

views 38

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ৭,৬৫০ টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰে। পুৱা চাৰে দহ বজাৰ লগে লগে কেইবাটাও ৱেৱছাইটত ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পূৰ্বে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখ...

October 10, 2025 3:35 PM

views 75

ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহৎ তথা সবাতোকৈ দ্রুত হাৰত অগ্রগতি লাভ কৰা অৰ্থনীতি: ৰাজনাথ সিং

● প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতবৰ্ষই সম্প্ৰতি গাঁথনিগত সংস্কাৰৰ দিশত, বিশেষকৈ নিৰ্মাণ খণ্ডত পৰিৱৰ্তনমূলক যাত্ৰাত অগ্ৰসৰ হৈছে। ছিডনীত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা, উদ্যোগ আৰু বাণিজ্য বিষয়ৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহৎ তথা সবাতো...

October 10, 2025 3:33 PM

views 35

সন্ত্ৰাসবাদী কার্যকলাপ উৎখাতৰ হকে ভাৰত আৰু আফগানিস্তানে ঐক্যবদ্ধভাৱে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ ড০ এছ জয়শংকৰৰ

● বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে সকলো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ উৎখাত কৰাৰ হকে ভাৰত আৰু আফগানিস্তানে ঐক্যবদ্ধভাৱে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুট্টাকীৰ সৈতে অনুষ্ঠিত বৈঠকৰ আৰম্ভণিৰ ভাষণত ড০ জয়শংকৰে, বিকাশ আৰু সমৃদ্ধিৰ দি...